ৰঙিয়া, 16 জানুৱাৰী : কৃষি আইন বাতিল তথা মূল্যবৃদ্ধিৰ বিৰুদ্ধে পুনৰ সৰৱ হৈছে কংগ্ৰেছ কৰ্মী ৷ ৰঙিয়াত কৃষি আইন বাতিল তথা মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ অহা প্ৰতিবাদকাৰী সকলক ৰঙিয়াৰ চেপ্তীত ৰঙিয়া আৰক্ষীয়ে আটক কৰে শতাধিক কংগ্ৰেছ কৰ্মীক ৷ বৰপেটাৰ ভৱনীপুৰৰ পৰা ৰাজভৱন অভিমুখে গৈ আছিল প্ৰতিবাদকাৰী কংগ্ৰেছ কৰ্মীসকল ।
ৰঙিয়াত আটক শতাধিক কংগ্ৰেছ কৰ্মী
কৃষি আইন বাতিল তথা মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ আহি ৰঙিয়াৰ চেপ্তীত আটক হ'ল কংগ্ৰেছ কৰ্মী ৷
কৃষি আইন বাতিল তথা মূল্যবৃদ্ধিৰ বিৰোদ্ধে প্ৰতিবাদ কৰিবলৈ আহি ৰঙিয়াৰ চেপ্তীত আটক হ'ল কংগ্ৰেছ কৰ্মী
ইফালে আৰক্ষীয়ে আটক কৰি ৰঙিয়া থানালৈ লৈ অহাৰ পিছতেই কংগ্ৰেছৰ কৰ্মীসকল ক্ষোভিত হৈ পৰে ৷ ৰঙিয়া থানাতো চৰকাৰ বিৰোধী শ্ল'গানেৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে কংগ্ৰেছী প্ৰতিবাদকাৰী সকলে ৷
লগতে পঢ়ক :কেমেৰাত বন্দী ধন লুটৰ চাঞ্চল্যকৰ দৃশ্য