অসম

assam

By

Published : May 27, 2019, 5:11 PM IST

ETV Bharat / state

আন ৰাজনৈতিক দলৰ কাৰ্যালয়ত পতাকা উৰুৱাটো কাপুৰুষৰ কামঃ আব্দুল খালেক আহমেদ

বৰপেটাৰোডৰ এন আৰ চি কেন্দ্ৰত নিজ মাতৃকলৈ শুনানিলৈ আহি সাংবাদিকৰ সন্মুখত এই মন্তব্য বৰপেটাৰ নৱ নিৰ্বাচিত সাংসদ আব্দুল খালেকৰ

সাংসদ আব্দুল খালেক

বৰপেটা ৰ'ড,২৭ মে': ৰাজীৱ ভৱনত বিজেপিৰ পতাকা উৰুৱা ঘটনাক লৈ বৰপেটাৰ সাংসদ আব্দুল খালেকৰ প্ৰতিক্ৰিয়া ।

  • এটা ৰাজনৈতিক দলৰ কাৰ্যালয়ত আন এটা ৰাজনৈতিক দলে পতাকা উৰুৱাটো কাপুৰুষৰ কামঃ আব্দুল খালেক আহমেদ
  • ৰাতিৰ অন্ধকাৰতেই হওঁক বা দিনৰ পোহৰতেই হওঁক এনে নিকৃষ্ট কাণ্ডক তীব্ৰ নিন্দা কৰে নৱ নিৰ্বাচিত সাংসদজনে।
  • যেতিয়া দুৰ্বল লোকসকল আৰু সংখ্যালঘু লোকসকল নিৰাপদ হয় তেতিয়াহে গণতন্ত্ৰ সুৰক্ষিত হয়ঃআব্দুল খালেক আহমেদ
  • শাসকীয় দল জিকিছে ভাল কথা কিন্তু গণতন্ত্ৰক সন্মান কৰিবলৈ শিকিব লাগেঃ আব্দুল খালেক আহমেদ ৷
    সাংসদ আব্দুল খালেক

ABOUT THE AUTHOR

...view details