জনীয়া, 9নৱেম্বৰঃবৰপেটা জিলাৰ কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত বালাৰপাথৰত সংঘটিত হৈছে আত্মহত্য়াৰ ঘটনা ৷ গাঁওখনৰ আজমিনা খাতুন নামৰ নৱম শ্ৰেণীৰ এগৰাকী ১৫ বছৰীয়া ছাত্ৰীয়ে চিপ লৈ আত্মহত্যা কৰে ৷ জানিব পৰা মতে, ছাত্ৰী গৰাকীৰ মাতৃয়ে সোমবাৰে পুৱা ছাত্ৰীগৰাকীক ভাত ৰান্ধিবলৈ কৈ ঘৰৰ পিছফালে খৰি কাটিবলৈ গৈছিল । কিন্তু খৰি কাটি আহি ছাত্ৰী গৰাকীক ঘৰৰ ভিতৰৰ কোঠাত চিপ লৈ থকা অৱস্থাত প্ৰত্যক্ষ কৰে।
কলগাছিয়াত চিপ লৈ আত্মহত্যা ১৫ বছৰীয়া ছাত্ৰীৰ - ফখৰুদ্দিন আলী আহমেদ মেডিকেল কলেজ
বৰপেটা জিলাৰ কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত বালাৰপাথৰত সংঘটিত হৈছে আত্মহত্য়াৰ ঘটনা ৷গাঁৱখনৰ আজমিনা খাতুন নামৰ নৱম শ্ৰেণীৰ এগৰাকী ১৫ বছৰীয়া ছাত্ৰীয়ে চিপ লৈ আত্মহত্যা কৰে ৷ ঘটনাস্থলীত আৰক্ষী উপস্থিত ছাত্ৰী গৰাকীৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে বৰপেটাৰ ফখৰুদ্দিন আলী আহমেদ মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰে ৷
![কলগাছিয়াত চিপ লৈ আত্মহত্যা ১৫ বছৰীয়া ছাত্ৰীৰ as_01_JANIA_SUICIDE_CASE_IMG_10058](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-9487745-thumbnail-3x2-pic.jpg)
কলগাছিয়াত চিপ লৈ আত্মহত্যা ১৫ বছৰীয়া ছাত্ৰীৰ
ইপিনে, ছাত্ৰীগৰাকীয়ে কিয় আত্মহত্য়া কৰিলে সেইয়া বৰ্তমানেও ৰহস্য়ৰ আৱৰ্তত ৷ ঘটনাস্থলীত আৰক্ষী উপস্থিত ছাত্ৰী গৰাকীৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে বৰপেটাৰ ফখৰুদ্দিন আলী আহমেদ মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰাৰ লগতে এই সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে।
লগতে পঢ়কঃসেউজ ন্যায়াধীকৰণৰ নিৰ্দেশক আওকাণ কৰি মহানগৰীত মজুত ফটকা