অসম

assam

By

Published : Aug 22, 2019, 8:25 AM IST

ETV Bharat / state

বাক্সাত অখণ্ড ভাৰত সংকল্প দিৱস পালন

বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ অন্তৰ্গত এনকে দৰঙাত আন্ত:ৰাষ্ট্ৰীয় হিন্দু পৰিষদ আৰু বজৰং দলৰ বাক্সা জিলা সমিতিৰ উদ্যোগত অখণ্ড ভাৰত সংকল্প দিৱস পালন

বাক্সাত অখণ্ড ভাৰত সংকল্প দিৱস পালন

বাক্সা, 22 আগষ্টঃ বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ অন্তৰ্গত এনকে দৰঙাত আন্ত:ৰাষ্ট্ৰীয় হিন্দু পৰিষদ আৰু বজৰং দলৰ বাক্সা জিলা সমিতিয়ে অখণ্ড ভাৰত সংকল্প দিৱস পালন কৰে ৷ দিৱসৰ লগত সংগতি ৰাখি অনুষ্ঠিত হোৱা সাধাৰণ সভাত আন্ত:ৰাষ্ট্ৰীয় হিন্দু পৰিষদৰ ৰাষ্ট্ৰীয় সম্পাদক দেবেন উপাধ্যায় উপস্থিত থাকি হিন্দুসকলক কোনো জাতি জনগোষ্ঠীত ভাগ বতৰা কৰিব নালাগে বুলি মন্তব্য কৰাৰ লগতে হিন্দুক এক জাতি এক ৰাষ্ট্ৰত একত্ৰিত হ'বলৈ আহ্বান জনায় ৷

বাক্সাত অখণ্ড ভাৰত সংকল্প দিৱস পালন

ABOUT THE AUTHOR

...view details