অসম

assam

ETV Bharat / state

বাক্সাৰ গোৰেশ্বৰত দুগৰাকী কোভিড-19 পজিটিভ চিনাক্ত

কোৱৰেন্টাইন কেন্দ্ৰৰ পৰা তিনিদিন পুৰ্ব ঘৰলৈ আহি ঘৰৰ আছুতীয়া কোৱাৰান্টাইন হৈ আছিল দুয়োজন যুৱক ৷

two covid positive cases in baksha goreswar
বাক্সাৰ গোৰেশ্বৰত দুগৰাকী কোভিড-19 পজিটিভ চিনাক্ত

By

Published : Jun 11, 2020, 8:44 AM IST

বাক্সা, 11 জুনঃবুধবাৰে নিশা বাক্সাৰ গোৰেশ্বৰ ৰাজহচক্ৰৰ অন্তৰ্গত দুজনৰ লোকৰ শৰীৰত কোভিড-১৯ ধৰা পৰে । স্বাস্থ্য বিভাগৰ সুত্ৰেই জানিবলৈ দিয়া অনুসৰি কৰ'ণাত আক্ৰান্ত ব্যক্তি দুগৰাকী হৈছে মুকুন্দপুৰ কাড়িপাৰাৰ খুন বসুমতাৰী আৰু আনজন গোৰেশ্বৰ টেঙাঝাৰৰ জীতেন নাৰ্জাৰী ৷

উল্লেখ্য যে, দুয়োগৰাকী যুৱক মুম্বাইত কৰ্মৰত আছিল ৷ কৰ'ণাত আক্ৰান্ত হোৱা খুন বসুমতাৰী বৰমা কোৱাৰান্টাইন আছিল আৰু যোগেন বসুমতাৰী মেমৰিয়েল হাস্পতালত কোৱাৰেন্টাইনত আছিল ৷

বাক্সাৰ গোৰেশ্বৰত দুগৰাকী কোভিড-19 পজিটিভ চিনাক্ত

কোৱৰেন্টাইন কেন্দ্ৰৰ পৰা তিনিদিন পুৰ্ব ঘৰলৈ আহি ঘৰৰ আছুতীয়া কোৱাৰান্টাইন হৈ আছিল দুয়োজন যুৱক ৷ ঘটনাৰ পাছতেই একেলগে বহিৰাজ্যৰ পৰা আহি কোৱাৰেন্টাইন হৈ থকা লোক সকল আতংকিত হৈ পৰিছে ।

ABOUT THE AUTHOR

...view details