বাক্সা,13 নৱেম্বৰঃবাক্সাৰ গোৰেশ্বৰ নাওকাটাত আপত্তিজনক অস্ত্ৰসহ আটক দুই যুৱক ৷ সেনা আৰু আৰক্ষীৰ অভিযানত এখন চুৰিসহ আটক নলবাৰীৰ দুই যুৱক ৷
উল্লেখযোগ্য যে, বাইহাটা চাৰিআলিৰ পৰা গোৰেশ্বৰ-নাওকাটা-বাঙালীপাৰা গড়কাপ্তানী পথেৰে বাঙালীপাৰা অভিমুখে অস্ত্ৰ কঢ়িয়াই অনা তথ্যৰ ভিত্তিত সেনাই চলাইছিল অভিযান ৷ অভিযানত আটক নলবাৰীৰ তফজুল আলী(28) আৰু চইফ আলী(45) ৷