Dangri killings: ১৪ ঘণ্টাত দুটাকৈ কূটাঘাটমূলক ঘটনাৰ পাছত ৰাজৌৰীত আজি দিনটোৰ ঘটনাক্ৰমৰ সবিশেষ
জম্মুৰ ৰাজৌৰী জিলাৰ ডাংগ্ৰী গাঁৱত সংঘটিত দুটাকৈ আক্ৰমণৰ ঘটনাই সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ ৷ মাত্ৰ ১৪ ঘণ্টাত দুটাকৈ কূটাঘাটমূলক ঘটনা সংঘটিত হোৱাৰ পাছতেই জিলাখনত সৃষ্টি হৈছে উত্তেজনাময় পৰিস্থিতিৰ ৷ ৰাজৌৰী জিলা বন্ধ ৰখাৰ পাছতো আক্ৰমণত নিহত লোকৰ মৃতদেহ লৈ ৰাজপথত প্ৰতিবাদ স্থানীয় লোকৰ (Terror attack in Jammu Kashmir) ৷
সমষ্টি পুনৰ নিৰ্ধাৰণে আগন্তুক দুটা দশকৰ বাবে অসম আৰু অসমীয়াৰ ভৱিষ্যত সুৰক্ষিত কৰিব বুলি নৱবৰ্ষৰ প্ৰথমটো দিনতেই মন্তব্য কৰিছিল মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই (Himanta Biswa Sarma on constituency delimitation)৷ ড৹ শৰ্মাৰ এই মন্তব্য প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অসম জাতীয় পৰিষদে ৷ অসমৰ খিলঞ্জীয়া মানুহ চিৰদিনৰ বাবেই সুৰক্ষিত হ’ব লাগিব বুলি মন্তব্য কৰে লুৰীণজ্যোতি গগৈ আৰু জগদীশ ভূঞাই ৷
Initiative step by AAU: প্ৰাকৃতিক কৃষিৰ বাবে অসম কৃষি বিশ্ববিদ্যালয়ৰ অভিলাসী পদক্ষেপ
প্ৰাকৃতিক কৃষিৰ বাবে অসম কৃষি বিশ্ববিদ্যালয়ৰ অভিলাসী পদক্ষেপ (Assam Agricultural University)। ১ কোটি টকা ব্যয় সাপেক্ষে বিশেষ পৰিকল্পনা ৷
Vijayapura Siddeswara Swamiji is more : বিজয়পুৰ জ্ঞানযোগশ্ৰমৰ সিদ্ধেশ্বৰ মহাস্বামীৰ দেহাৱসান
বিজয়পুৰ জ্ঞানযোগশ্ৰমৰ সিদ্ধেশ্বৰ মহাস্বামীৰ দেহাৱসান (Vijayapura Siddeswara Swamiji is more)৷ সোমবাৰে বিয়লি 6:05 বজাত শেষ নিশ্বাস ত্যাগ কৰে সিদ্ধেশ্বৰ মহাস্বামীয়ে ৷ জিলা উপায়ুক্তগৰাকীয়ে উল্লেখ কৰা মতে মঙলবাৰে অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হ’ব স্বামীজীৰ ৷
Bomb found behind CM helipad: মুখ্যমন্ত্ৰীৰ হেলিপেডত উদ্ধাৰ বোমা
পঞ্জাৱ আৰু হৰিয়ানাৰ মুখ্যমন্ত্ৰীৰ হেলিপেডত উদ্ধাৰ বোমা ৷ হেলিপেডৰ পিছফালে থকা আমৰ বাগিচাৰ ভিতৰত উদ্ধাৰ বোমাটো ৷ পঞ্জাৱ আৰু হাৰিয়ানাৰ মুখ্যমন্ত্ৰীয়ে ব্যৱহাৰ কৰে দুয়োখন ৰাজ্যৰ সীমান্তত অৱস্থিত এই হেলিপেডটো (Bomb found behind CM helipad in Chandigarh) ৷