Land dispute in Barpeta: বৰপেটাত ভূমি কেন্দ্ৰিক বিবাদত কেইবাজনো আহত
এটুকুৰা ভূমিক কেন্দ্ৰ কৰি সৃষ্টি হোৱা সংঘাতত অত্মীয়ৰ আক্ৰমণত আহত হ’ল আত্মীয় (Land dispute in Barpeta) ৷ বলপূৰ্ৱকভাৱে গুণ্ডা বাহিনী লগত লৈ আনৰ ম্যাদী পট্টাৰ মাটি দখলৰ চেষ্টা দুজন লোকৰ ৷ যাক লৈ সৃষ্টি হয় দুটা পক্ষৰ মাজত তীব্ৰ সংঘাতৰ ৷
Kandukur tragedy: মুখ্যমন্ত্ৰীৰ অনুষ্ঠান উপভোগ কৰিবলৈ আহি 8 জনৰ মৃত্যু
অন্ধ্ৰ প্ৰদেশৰ নেল্লোৰ জিলাৰ কান্দুকুৰত বুধবাৰে সংঘটিত হয় এক শোকাবহ ঘটনা ৷ অন্ধ্ৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী কে চন্দ্ৰবাবু নাইডুৰ ভ্ৰমণৰ সময়ত সংঘটিত হয় এই দুৰ্ঘটনা ৷ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে কান্দুকুৰত এক ৰোড শ্ব' আৰু ৰাজহুৱা সভাত অংশগ্ৰহণ কৰিছিল ৷
Assam police opens fire: কৰিমগঞ্জত নিশা আৰক্ষীৰ গুলীচালনা
কৰিমগঞ্জত নিশা আৰক্ষীৰ গুলীচালনা ৷ সীমান্তৰ কাইটীয়া তাঁৰৰ বেৰ কাটি ভাৰতৰ ভূখণ্ডৰ পৰা গৰু চোৰ কৰিবলৈ অহা চাৰিজনীয়া দলক লক্ষ্য কৰি অসম আৰক্ষীৰ গুলীচালনা । নিশা আন্ধাৰৰ সুযোগ লৈ বাংলাদেশী দুষ্কৃতিকাৰীয়ে অবৈধভাৱে ভাৰত ভূমিত প্ৰৱেশ কৰি ওচৰৰ গাঁৱৰ মানুহৰ ঘৰৰ পৰা গৰু চুৰি কৰি নিয়ে গৰু(Karimganj police open fire on cattle smugglers) ৷
PDS Rice seized in Barpeta : বৰপেটাৰ ৰাইজে জব্দ কৰিলে নাওভৰ্তি চোৰাং চাউল
বুধবাৰে বৰপেটাৰ বান্দালী পাৰঘাটৰ নাওত ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ চাউল উঠাই থাকোতেই ধৰা পেলালে স্থানীয় ৰাইজে (PDS Rice seized in Barpeta)৷ পুনৰ বগা চাউলৰ ক'লা বেহা গঢ়ি তুলিছে উত্তৰ বগুৰীবাৰী সমবায় সমিতিৰ সম্পাদক মুক্তাৰ হুছেইনে । এই অভিযোগ স্থানীয় লোকৰ ।
DU ragging inciedent: ৰেগিংকাণ্ডক লৈ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ আছু গোটৰ সংবাদমেল
ডিব্ৰুগড় বিশ্ববিদ্যালয়ত আছু গোটৰ সংবাদমেল (AASU unit press conference at Dibrugarh University)। বিশ্ববিদ্যালয়ৰ ভয়ংকৰ ৰেগিংকাণ্ডক (DU ragging inciedent) লৈ সংবাদমেল বিশ্ববিদ্যালয়ৰ আছু গোটৰ । PGSUৰ নৱ- নিৰ্বাচিত সাধাৰণ সম্পাদক উজ্জ্বল অংকুৰ বৰাৰ বিৰুদ্ধে গ্ৰহণ কৰা নৰম স্থিতিৰ বিৰুদ্ধে সৰৱ আছু ।