Kumily road accident: কেৰালাত শোকাৱহ দুৰ্ঘটনাত নিহত 8 গৰাকী তীৰ্থযাত্ৰী
কেৰেলাত শোকাৱহ ঘটনা (Kumily road accident)৷ তীৰ্থযাত্ৰীৰ বাহন দুৰ্ঘটনাগ্ৰস্থ ৷ নিহত কেইবাজনো লোক ৷
Protest in Morigaon: মৰিগাঁৱত গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ প্ৰতিবাদী কাৰ্যসূচী
২২ ডিচেম্বৰ বৃহস্পতিবাৰে দিনদুপৰতে বিলাসীপাৰা চহৰৰ মাজমজিয়াত অচিনাক্ত দুৰ্বৃত্তই আক্ৰমণ কৰিছিল সদৌ অসম গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ সভাপতি শ্বাহ নাৱাজ হুছেইনক (GMDJP president Shah Nawaz Hussain attacked) ।
Good Governance Week 2022: সু শাসন সপ্তাহ উপলক্ষে তিনিচুকীয়াত কৰ্মশালাৰ আয়োজন
তিনিচুকীয়া জিলা প্ৰশাসনৰ উদ্যোগত "সু শাসন সপ্তাহ - গাঁও অভিমুখে প্ৰশাসন" শীৰ্ষক এখনি কৰ্মশালা অনিষ্ঠিত হৈ যায় (Workshop in Good Governance Week)৷ কৰ্মশালাখনিত মুখ্য অতিথি হিচাপে উপস্থিত থাকে অৱসৰপ্ৰাপ্ত ভাৰতীয় প্ৰশাসনিক সেৱা বিষয়া হেমন্ত নাৰ্জাৰী ।
Worker died in Numaligarh refinery: ট্ৰাকৰ চেপাত মৃত্যু শোধনাগাৰৰ অস্থায়ী শ্ৰমিকৰ
গোলাঘাট নুমলীগড় শোধনাগাৰৰ মাৰ্কেটিং টাৰ্মিনেলত অঘটন ৷ ট্ৰাকৰ চেপাত মৃত্যু এজন অস্থায়ী শ্ৰমিকৰ ৷ মাৰ্কেটিং টাৰ্মিনেলৰ ভিতৰৰ পৰা ওলাই অহা এখন ৱাক্সভৰ্তি ট্ৰাকৰ খুন্দাত মৃত্যু হয় শ্ৰমিকজনৰ ৷ মৃত্যু হোৱা শ্ৰমিকজনৰ নাম ইছুক পানি বুলি জানিব পৰা গৈছে (Worker died in Numaligarh refinery) ৷
Rekibuddin Ahmed on Rahul Gandhi: অনাগত সময়ত ৰাহুল গান্ধী প্ৰধানমন্ত্রী হ'ব: ৰেকিবুদ্দিন আহমেদ
ক'ভিডৰ সাম্ভাব্য পৰিস্থিতি আৰু কংগ্ৰেছৰ ভাৰত জোড়ো যাত্রাক লৈ অব্যাহত আছে ক্ৰিয়া-প্ৰতিক্ৰিয়া । চীন, জাপানকে ধৰি বিভিন্ন ৰাষ্ট্ৰত ক'ভিডৰ নতুন ভেৰিয়েণ্টে(Covid-19 Variant BF.7) ভয়াৱহ পৰিস্থিতি সৃষ্টি কৰাৰ পাছতে কেন্দ্ৰীয় চৰকাৰে সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰিছে । ইফালে দেশজুৰি কংগ্ৰেছৰ চলি থকা ভাৰত জোড়ো যাত্রাৰ ক্ষেত্রতো ক'ভিড পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্ৰীয় চৰকাৰে বাধা আৰোপ কৰিছে । এনে বাধা আৰোপক লৈ সৰৱ হৈ পৰিছে কংগ্ৰেছ ।