Independent Indias First Voter Shyam Saran Negi Dies : স্বাধীন ভাৰতৰ প্ৰথম ভোটাৰ শ্যাম চৰণ নেগী আৰু নাই
স্বাধীন ভাৰতৰ প্ৰথম ভোটাৰ শ্যাম চৰণ নেগী আৰু নাই (First voter of independent India Shyam Saran Negi passes away) ৷ 105 বছৰ বয়সত শনিবাৰে মৃত্যু হয় শ্যাম চৰণ নেগীৰ ৷
Death anniversary of Bhupen Hazarika : আজি যাযাবৰী শিল্পী সুধাকণ্ঠ ড৹ ভূপেন হাজৰিকাৰ একাদশ সংখ্যক মৃত্যুবাৰ্ষিকী
‘‘কুঠৰীত মোৰ প্ৰাণটো সোমাই আছে । কলিয়াবৰ মোৰ অতি আপোন ঠাই । কলিয়াভোমোৰা দলং হোৱাৰ আগতেও তেজপুৰৰ পৰা আমি কলিয়াবৰত জলপান খাই 1928 চনীয়া ফৰ্ড গাড়ীত উঠি নাজিৰালৈ যাওঁ’’ । এয়া যাযাবৰী শিল্পী সুধাকণ্ঠ ড৹ ভূপেন হাজৰিকাৰ নিজস্ব ভাষ্য ৷ ৰাজ্যবাসীৰ লগতে কলিয়াবৰবাসীয়ে সোঁৱৰিছে ভাৰতৰত্ন সুধাকণ্ঠক ড৹ ভূপেন হাজৰিকাক (11th death anniversary of Bhupen Hazarika) ৷
Anti Drugs Mission in Dhemaji : ড্ৰাগছৰ গ্ৰাসত ধেমাজি; ড্ৰাগছ আসক্ত যুৱকৰ লগতে আটক ব্যৱসায়ী
ধেমাজিত ড্ৰাগছৰ বিৰুদ্ধে অভিযান ৷ অভিযানত আটক ড্ৰাগছ ব্যৱসায়ীৰ লগতে আসক্ত যুৱক (Anti Drugs Mission in Dhemaji)৷
DAC Election 2022: নাওবৈচাৰ নিৰ্বাচনী প্ৰচাৰ সভাত বিজেপি সভাপতি ভৱেশ কলিতা-মন্ত্ৰী পীযুষ হাজৰিকা
সমাগত দেউৰী স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত লখিমপুৰৰ নাওবৈচাত গৰম হৈ পৰিছে ৰাজনৈতিক পৰিৱেশ (DAC Election 2022)। শুকুবাৰে নাওবৈচাৰ ২১ নং গাভৰু টুনিজান সমষ্ঠিৰ পদ্মপুৰ গাঁৱত মিত্ৰজোঁটৰ প্ৰাৰ্থী ৰমাকান্ত দেউৰীৰ হৈ ব্যাপক নিৰ্বাচনী প্ৰচাৰ চলালে বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা আৰু মন্ত্ৰী পীযুষ হাজৰিকাই (Pijush Hazarika at Naoboicha)।
Akhil Gogoi out of danger: সফলতাৰে সম্পন্ন অখিল গগৈৰ হৃদযন্ত্ৰৰ অস্ত্ৰোপচাৰ
ৰাজপথৰ পৰা বিধানসভালৈ সদায় প্ৰতিবাদমুখৰ হৈ থকা মানুহজন আজি কেইবাহাজাৰ কিলোমিটাৰ দূৰৰ এখন হাস্পতালৰ বিচনাত শুই আছে জীৱন বিচাৰি (Akhil Gogoi hospitalized in Bengaluru) ৷ শুভাকাংক্ষীৰ উৎকণ্ঠাৰ মাজতে সুকলমে সম্পন্ন হ’ল বিধায়ক অখিল গগৈৰ হৃদযন্ত্ৰৰ অস্ত্ৰোপচাৰ (Akhil Gogoi heart operation successful)৷