ITBPৰ ভাৰত-চীন সীমান্ত পৰ্যবেক্ষণৰ দল তেজপুৰত উপস্থিত
ভাৰত-চীন সীমান্তৰ সুৰক্ষাৰ দিশ পৰ্যবেক্ষণ কৰাৰ উদ্দেশ্যে ভাৰত-তিব্বত সীমান্ত আৰক্ষী বাহিনীয়ে(Indo-Tibetan Border Police) ৭৫ দিনীয়া এক ৰেলীৰ কাৰ্যসূচী গ্ৰহণ কৰি আহিছে ৷ উক্ত ৰেলীটো শনিবাৰে তেজপুৰৰ মুখ্যালয়ত উপস্থিত হয় ৷
দেশলৈ গৌৰৱ কঢ়িয়াই আনিব পৰা এটা মাধ্যম হৈছে ক্ৰীড়া : বিমল বড়া
শনিবাৰে আৰম্ভ হয় আন্তঃৱার্ড ট্ৰফী আৰু প্ৰাইজমণি ফুটবল প্ৰতিযোগিতা 2022 (Inter ward football competition 2022) । এই প্ৰতিযোগিতাৰ শুভ উদ্বোধন কৰে টিংখাঙৰ বিধায়ক তথা মন্ত্ৰী বিমল বড়াই (Minister Bimal Borah) ।
প্ৰধানমন্ত্ৰীৰ জন্মদিন: ডিব্ৰুগড়ত যুৱ মৰ্চাৰ ৰক্তদান শিবিৰ
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৭২ তম জন্মদিনৰ সৈতে সংগতি ৰাখি জনতা যুৱ মৰ্চা ডিব্ৰুগড় জিলা সমিতিয়ে দুদিনীয়াকৈ অনুষ্ঠিত কৰিছে ৰক্তদান শিবিৰৰ(PM Modi turns 72) ।
স্বামীৰ অত্যাচাৰত অতিষ্ঠ পত্নীয়ে শিৰচ্ছেদ কৰিলে স্বামীক
স্বামীৰ অত্যাচাৰত অতিষ্ঠ হৈ পত্নীয়ে শিৰচ্ছেদ কৰিলে স্বামীক ৷ এই ঘটনা সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ আক্ৰাবাদ থানা এলেকাৰ কৌড়িয়াগঞ্জ অঞ্চলত ৷ ইতিমধ্যেই আৰক্ষীয়ে আটক কৰিছে অভিযুক্ত পত্নীক (Wife kills Husband in UP) ।
সোণাৰিৰ পদপথত পকৰি বিক্ৰী কৰি ব্যতিক্ৰমি প্ৰতিবাদ কংগ্ৰেছ কৰ্মীৰ
প্ৰধানমন্ত্ৰীৰ জন্ম দিনটোতে সোণাৰিত কংগ্ৰেছৰ ব্যতিক্ৰমী প্ৰতিবাদ । শনিবাৰে বিজেপি নেতা-কৰ্মী সকলে দেশজুৰি দেশৰ প্ৰধান নৰেন্দ্ৰ মোদীৰ জন্ম দিৱস উদযাপন কৰিছে(BJP celebrates Modis birthday) ।