হিমন্ত বিশ্ব শৰ্মা চৰকাৰক দেউলীয়া আখ্যা বিধায়ক অখিল গগৈৰ
অসম সৰ্বশিক্ষা অভিযান মিছনৰ জাননীকলৈ সংবাদমেলত সৰৱ বিধায়ক অখিল গগৈ । ৰাজ্যৰ প্ৰতিখন বিদ্যালয়ক প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলন গঠন কৰি তেওঁলোকৰ পৰা বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে প্ৰয়োজনীয় বিভিন্ন সা-সামগ্ৰী গ্ৰহণ কৰাৰ বাবে দিয়া নিৰ্দেশৰ বিৰোধিতা কৰে বিধায়কগৰাকীয়ে (Mla Akhil Gogoi on Axom Sarba Siksha Abhiyan Mission notification)৷
অনলাইন এপ্পৰ পৰা 2000 টকা ঋণ লৈ 15 লাখ টকা পৰিশোধ
কিমান সুৰক্ষিত অনলাইন ঋণ এপ্পসমূহ(Fraud Loan App)? এটা অনলাইন ঋণ এপ্পৰ পৰা 2,000 টকাৰ ঋণ লৈ 15 লাখ টকা পৰিশোধ কৰিবলৈ বাধ্য হ’ল আজমত নামৰ এজন লোকে ৷
দেশপ্ৰেমৰ এক অনন্য নিদৰ্শন দেখুৱালে মৈৰাবাৰীবাসীয়ে
দেশপ্ৰেমৰ এক অনন্য নিদৰ্শন দেখুৱালে মৈৰাবাৰীবাসীয়ে। শ্ৰমিক, কৃষকৰ পৰা ভীক্ষাৰীলৈকে সকলোৱে হাতে হাতে ত্ৰিৰংগা পতাকা লৈ দেখুৱালে দেশপ্ৰেম। স্বতঃস্ফূৰ্তভাৱে আজাদী কি অমৃত মহোৎসৱ উদযাপন মৈৰাবাৰীবাসীৰ (Azadi Ka Amrit Mahotsav)।
গুৱাহাটী উচ্চ ন্যায়ালয়ত নিযুক্তি দুগৰাকী নতুন বিচাৰক
সুস্মিতা ফুকন খাউণ্ড আৰু মিতালী ঠাকুৰীয়াক গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অতিৰিক্ত বিচাৰক হিচাবে নিযুক্তি প্ৰদান (Centre Appoints Two Judges To Gauhati High court) ৷ কেন্দ্ৰীয় চৰকাৰৰ আইন আৰু ন্যায় বিভাগে জাৰি কৰা এক জাননী অনুসৰি এই কথা সদৰি কৰা হৈছে ৷
সহস্ৰাধিক শিক্ষাৰ্থীৰ হাতৰ চাপেৰে অংকন স্বাধীনতা সেনানীৰ ছবি
সমগ্ৰ দেশে আজাদী কা অমৃত মহোৎসৱৰ (Azadi ka Amrit Mahotsav) লগত সংগতি ৰাখি পালন কৰিছে হৰ ঘৰ ত্ৰিৰংগা(Har Ghar Tiranga) কাৰ্যসূচী । এই আহ্বানক সাফল্যমণ্ডিত কৰিবলৈ শুকুৰবাৰে মৰাণ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ৰূপায়ণ কৰা হৈছে এক বিশেষ কাৰ্যসূচী । বিদ্যালয়খনত বিশাল কেনভাছত শিক্ষাৰ্থীয়ে অংকন কৰিলে তিনিগৰাকী স্বাধীনতা সেনানীৰ ছবি ।