Commonwealth Games 2022 : বেডমিন্টনত স্বৰ্ণ অৰ্জন পি ভি সিন্ধুৰ
কমনৱেলথ গেমছত পুনৰ ভাৰতৰ শিৰত আন এক স্বৰ্ণ ৷ এইবাৰ কমনৱেলথ গেমছত স্বৰ্ণ আঁজুৰি আনিলে ভাৰতীয় শ্বাটলাৰ পি ভি সিন্ধুৱে(PV Sindhu won gold medal in badminton) ৷ মহিলাৰ একক শাখাত ভাৰতীয় শ্বাটলাৰ সিন্ধুৱে কানাডাৰ মিচেল লিক পৰাস্ত কৰি অৰ্জন কৰে স্বৰ্ণ পদক(PV Sindhu Clinches Elusive Singles Gold Medal) ।
Sanjay Raut to 14 day judicial: সঞ্জয় ৰাউটক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ
ই ডিৰ জিম্মাৰ সময়সীমা শেষ হোৱাৰ পিছতেই মুম্বাইৰ বিশেষ পি এম এল এ ন্যায়াধীশ এম জি দেশপাণ্ডেয়ে শিৱসেনাৰ নেতা তথা সাংসদ সঞ্জয় ৰাউটক (MP Sanjay Raut to 14 day judicial) ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে ৷
School bus accident in Guwahati: গুৱাহাটীত স্কুল বাছ দুৰ্ঘটনাগ্ৰস্ত, সুৰামত্ত অৱস্থাত চালকক আটক
মহানগৰীৰ গীতানগৰত ভয়ংকৰ পথ দুৰ্ঘটনা । দুৰ্ঘটনাত পতিত হ’ল মাৰীয়া স্কুলৰ বাছ (School bus accident in Guwahati)। সুৰামত্ত অৱস্থাত আছিল স্কুল বাছখনৰ চালক ৷
Heavy Storm in Lakhimpur: নিশা অহা প্ৰচণ্ড ধুমুহাই তচনচ কৰিলে লখিমপুৰৰ বহু অঞ্চল, নিহত এজন লোক
মাজ নিশা সুখ নিদ্ৰাত মগ্ন সকলো । কিন্তু হঠাৎ বিজুলী ঢেৰেকনিৰে অহা এজাক প্ৰচণ্ড ধুমুহাই নিমিষতে তচনচ কৰি পেলালে সকলো (Storm devastated several areas of Lakhimpur overnight) । প্ৰবল ধুমুহাই উৰুৱাই লৈ যায় বহুতৰে মৰমৰ আপোন ঘৰখন । ধুমুহাৰ ফলত মৃত্যু হৈছে এজন লোকৰ ৷
APDC employees protest: বিদ্যুৎ সংশোধনী বিধেয়ক ২০২২ বাতিলৰ দাবীত প্ৰতিবাদ
বিদ্যুৎ সংশোধনী বিধেয়ক ২০২২ বাতিলৰ দাবীত ৰাজ্যজুৰি বিদ্যুৎ কৰ্মচাৰীয়ে সাব্যস্ত কৰিছে প্ৰতিবাদ (Protest against the electricity amendment bill 2022) ৷