OC Kharupetia Arrested: ভুৱা গোচৰত আতিশায্য় চলোৱাৰ অভিযোগত গ্ৰেপ্তাৰ খাৰুপোটীয়া থানাৰ অ'চি
'ব্লেক মেইলাৰ'ৰ ভূমিকাত অৱতীৰ্ণ হ'ল এগৰাকী আৰক্ষী (policeman plays role of black mailer)। যাৰ বাবে এইগৰাকী ব্লেক মেইলাৰ আৰক্ষী এতিয়া ৰঙাঘৰৰ আলহী হ'বলগা হৈছে । আৰক্ষীৰ হাততেই গ্ৰেপ্তাৰ হ'ল খোদ আৰক্ষী বিষয়া । খাৰুপেটীয়া থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া উৎপল বৰা এইবাৰ গ্ৰেপ্তাৰ হৈছে ভুৱা গোচৰৰ অভিযোগত (Kharupatiya police station OC Utpal Bora arrested) ।
Pulitzer awardee Kashmiri journalist : পুলিৎজাৰ বঁটাৰে সন্মানিত কাশ্মীৰী সাংবাদিকক বিদেশ ভ্ৰমণত বাধা
৩৭০ অনুচ্ছেদ বাতিলৰ পিছত কেইবাজনো কাশ্মীৰী সাংবাদিকক বিদেশ ভ্ৰমণত বাধা আৰোপ কৰা পৰিলক্ষিত হৈছে(Kashmiri journalist barred from travelling abroad) ৷ এইবাৰ বিদেশ ভ্ৰমণত বাধা আৰোপ কৰা হ'ল পুলিৎজাৰ বঁটা বিজয়ী স্বতন্ত্ৰ কাশ্মীৰী সাংবাদিক আকাশ হাছানক ৷
Panic over plastic rice: সাৱধান, সুলভ মূল্যৰ দোকানৰ পৰা আপুনিও আনিছে নেকি প্লাষ্টিকৰ চাউল ?
খাদ্যৰ নামত চৰকাৰে দৰিদ্ৰ হিতাধিকাৰীক খুৱাইছে নেকি বৰবিহ ! চৰকাৰী সুলভ মূল্যৰ দোকান যোগে সৰভোগৰ দৰিদ্ৰ হিতাধিকাৰীক যোগান ধৰা হৈছে নেকি প্লাষ্টিকৰ চাউল ! যোগান মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ গৃহ সমষ্টি সৰভোগৰ চৰকাৰী সুলভ মূল্যৰ দোকানত ওলাইছে প্লাষ্টিকৰ চাউল (Plastic rice in Sorbhog)৷ অভিযোগ সৰভোগৰ একাংশ দৰিদ্ৰ হিতাধিকাৰীৰ ৷
Population Control Bill: জনসংখ্যা নিয়ন্ত্ৰণ বিধেয়কৰ ক্ষেত্ৰত অসম এক উদাহৰণ হোৱা উচিত: ডঃ হিমন্ত বিশ্ব শৰ্মা
অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ৫ দিনীয়া দিল্লী ভ্ৰমণ কাৰ্যসূচীৰ সমাপ্তি (Assam Cm 5 days Delhi visit)। এই ভ্ৰমণত তেওঁ কেইবাটাও গুৰুত্বপূৰ্ণ কাৰ্যসূচীত অংশগ্ৰহণ কৰে । শিলচৰৰ সেউজ ক্ষেত্ৰ প্ৰকল্প, অসমৰ বানপানীৰ সমস্যাকে ধৰি কেইবাটাও বিষয়ত কেন্দ্ৰীয় মন্ত্ৰীসকলৰ সৈতে আলোচনা মুখ্যমন্ত্ৰীৰ ।
Gunfight rages in Kulgam: জম্মু-কাশ্মীৰৰ কুলগামত এনকাউণ্টাৰ
বুধবাৰে পুৱাৰে পৰা জম্মু-কাশ্মীৰৰ কুলগামৰ ব্ৰেইহাৰ্ড কাঠপোৰা অঞ্চলত সন্ত্ৰাসবাদী আৰু নিৰাপত্তা বাহিনীৰ মাজত আৰম্ভ হৈছে সংঘৰ্ষ (Encounter between militants and security forces) ।