Badaruddin Ajmal controversy: বিজেপিৰ ‘দালাল’ আজমলৰ বিৰুদ্ধে মুখ খুলিব পৰা নাই AIUDF নেতা-কৰ্মীয়ে
হিন্দু সমাজক লৈ সাংসদ বদৰুদ্দিন আজমলে কৰিছিল বিতৰ্কিত মন্তব্য (Badaruddin Ajmal controversy) ৷ মৌলানা বদৰুদ্দিন আজমলৰ এই মন্তব্যৰ পাচতে সৰ্বত্ৰে সৃষ্টি হৈছিল তীব্ৰ প্ৰতিক্ৰিয়াৰ ৷ এই সন্দৰ্ভত ইটিভি ভাৰতৰ এক বিশেষ প্ৰতিবেদন...
DU Ragging Case : ৰেংগি কমিটীৰ ওচৰত ভাষ্য প্ৰদান উপাচাৰ্যৰ
আজিও চৰ্চাত আছে ৰাজ্য কঁপাই যোৱা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেগিং কাণ্ড (DU Ragging Case) ৷ মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পাচতে ৰাজ্য কঁপাই যোৱা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেগিং কাণ্ডৰ উচিত তদন্তৰ বাবে এখন কমিটী গঠন কৰা হৈছিল (Anti ragging commitee of Dibrugarh University) । শুকুৰবাৰে নিশা এই কমিটীৰ ওচৰত ভাষ্য প্ৰদান কৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য জিতেন হাজৰিকাই (VC of DU giving statement on ragging) ।
Badaruddin Ajmal controversy : আজমলৰ বিৰুদ্ধে হাতীগাঁও থানাত এজাহাৰ দুলু আহমেদৰ
বদৰুদ্দিন আজমলৰ বিতৰ্কিত মন্তব্যক লৈ ৰাজ্যজুৰি সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়া (Badaruddin Ajmal controversial statement)। ইয়াৰ মাজতে আজমলৰ বিৰুদ্ধে হাতীগাঁও থানাত এজাহাৰ দাখিল কৰিলে অসম জাতীয় পৰিষদৰ উপ-সভাপতি দুলু আহমেদে ।
Murder in Mumbai : প্ৰেমিকেৰে মিলি পত্নীয়ে হত্যা কৰিলে স্বামীক
২০২২ চনৰ জুন মাহত যেতিয়া কমলকান্তৰ মাতৃৰ মৃত্যু হয়, জৈন আৰু কবিতাই শ্বাহক হত্যা কৰি তেওঁৰ সকলো সম্পত্তি দখল কৰাৰ পৰিকল্পনা কৰে । তেওঁলোকে কমলাকান্তৰ খাদ্যত আৰ্ছেনিক মিহলি কৰিবলৈ আৰম্ভ কৰে । তেওঁক এনেদৰে একাধিকবাৰ লাহে লাহে বিহ সেৱন কৰাই যোৱাৰ ফলত সময়ৰ লগে লগে তেওঁৰ স্বাস্থ্যৰ গুৰুতৰ অৱনতি ঘটে (Wife and paramour kill Mumbai businessman) ।
Badaruddin Ajmal Statement: আজমলৰ বিৰুদ্ধে তদন্ত কৰক মুখ্যমন্ত্ৰীয়ে: দেবব্ৰত শইকীয়া
শুকুৰবাৰে হিন্দু সমাজক লৈ এক বিতৰ্কিত মন্তব্য কৰিছিল মৌলানা বদৰুদ্দিন আজমলে (AIUDF chief Badruddin Ajmal)৷ আজমলৰ বিতৰ্কিত এই মন্তব্যৰ পাচতেই সৰ্বত্ৰে সৃষ্টি হৈছিল তীব্ৰ প্ৰতিক্ৰিয়াৰ ৷ এইবাৰ এই সন্দৰ্ভত সংবাদ মাধ্যমৰ সন্মুখত নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে বিৰোধী দলপতি দেবব্ৰত শইকীয়াই (Debabrata Saikia reaction on Badaruddin Ajmal Statement)৷