Vijay Mallya sentenced to four months in jail: আদালত অৱমাননাৰ গোচৰত বিজয় মালিয়াক চাৰি মাহৰ কাৰাদণ্ড
পলাতক ব্যৱসায়ী বিজয় মালিয়াক পুনৰ জেললৈ প্ৰেৰণ(Vijay Mallya sent to jail) । আদালত অৱমাননা কৰাৰ গোচৰত মালিয়াক চাৰি মাহৰ কাৰাদণ্ড বিহিলে ন্যায়াধীশ ইউ ইউ ললিতৰ নেতৃত্বৰ বিচাৰপীঠে(Mallya sentenced to four months in jail for contempt of court) ।
Pathetic incident in Madhya Pradesh: ভ্ৰাতৃৰ মৃতদেহ কোলাত লৈ ৰাস্তাত অসহায় শিশু
মধ্য প্ৰদেশৰ মোৰেনা জিলাত সংঘটিত হৈছে এক কৰুণ ঘটনা( pathetic incident at Morenaof Madhya Pradesh)। আঠ বছৰীয়া শিশু এটিয়ে তেওঁৰ সৰু ভ্ৰাতৃৰ মৃতদেহ কোলাত লৈ ৰাস্তাৰ কাষত ঘন্টাৰ পিছত ঘণ্টা বহি থাকিব লগীয়া হোৱা এক হৃদয় বিদাৰক ঘটনাই সকলোৰে অন্তৰ কপাঁই তুলিছে ।
Political sensation in Chhattisgarh: মহাৰাষ্ট্ৰৰ পাছত এইবাৰ ছত্তীশগড়ত নতুন ৰাজনৈতিক অংক !
দেওবাৰে কয়লা ব্যৱসায়ী সূৰ্যকান্ত তিৱাৰীয়ে আয়কৰ অভিযানক লৈ মৌনতা ভংগ কৰি উল্লেখ কৰিলে বহু বিস্ফোৰক অভিযোগ (Coal businessman Suryakant Tiwari )৷ তেওঁ দাবী কৰে যে, ৰায়পুৰত তেওঁক ছত্তীশগড়ৰ একনাথ সিন্দে বনাবলৈ ষড়যন্ত্ৰ কৰা হৈছিল । ইয়াৰ বাবে আয়কৰ বিভাগৰ বিষয়াসকলে মোৰ ওপৰত হেঁচা প্ৰয়োগ কৰিছিল আৰু লগতে মোক মুখ্যমন্ত্ৰী হোৱাৰ প্ৰস্তাৱ দিছিল । সূৰ্যকান্ত তিৱাৰীৰ এই বিস্ফোৰণৰ পিছতে চত্তীশগড়ৰ ৰাজনীতিত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ।
Heavy rain in Telangana: মুষলধাৰ বৰষুণৰ বাবে তেলেংগানাত ৰেড এলাৰ্ট
তেলেংগানাত দেওবাৰে পুৱাৰে পৰা ধাৰাসাৰ বৰষুণ হৈ থকাত বতৰ বিজ্ঞান বিভাগৰ ৰেড এলাৰ্ট জাৰি (Red alert for Telangana)। বৰষুণৰ ফলত কেইবাখনো জিলাত ভয়ংকৰ পৰিস্থিতিৰ উদ্ভৱ হৈছে । ইতিমধ্যে বতৰ বিজ্ঞান বিভাগে সোমবাৰে আৰু মঙলবাৰে ধাৰাসাৰ বৰষুণৰ সম্ভাৱনাৰ ভৱিষ্যতবাণী কৰিছে। ধাৰাসাৰ বৰষুণৰ ফলত দুখন জিলাত মৃত্যু হৈছে দুগৰাকী মহিলাৰ ।
PhD in Mathematics without PG: স্নাতকোত্তৰ ডিগ্ৰী অবিহনেই গণিতত পিএইচ ডি
প্ৰায়ভাগ মেধাবী ছাত্ৰ-ছাত্ৰীয়ে স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰাৰ পাছত পিএইচ ডিৰ বাবে সাজু হয় । পিছে কিছুমানৰ ভাগ্য়তহে এয়া সম্ভৱ । তদুপৰি বহুতৰে ইচ্ছা থাকে যদিও কিছুমান নিয়মৰ বাবে থমকি ৰ'ব লগীয়া হয় । বিশেষকৈ আইআইটি অথবা বিশ্ববিদ্যালয়সমূহত গণিতত পিএইচ ডি কৰাৰ ক্ষেত্ৰত এনে সমস্য়াৰ উদ্ভৱ হোৱা দেখা যায়। অৱশ্য়ে ৰাষ্ট্ৰীয় শিক্ষা নীতি-2020 সম্পূৰ্ণৰূপে ৰূপায়ণ হোৱাৰ পাছত এনে সমস্য়াৰ উদ্ভৱ নহ’ব(National Education Policy 2020)।