ৱাশ্বিংটনত গুলীচানলাৰ ঘটনাত 2 জন নিহত, 3 জন আহত
ৱাশ্বিংটনৰ ডিচিত ভয়ংকৰ গুলীচালনাৰ ঘটনা সংঘটিত হয় (Shooting in Washington DC)৷ এই গুলীচালনাত দুজন লোক নিহত হোৱাৰ বিপৰীতে তিনিজন লোক আহত হয়(Two people were killed) ৷
বোকাজানত বিদ্ৰোহী সংগঠন আনলাৰ বুজন পৰিমাণৰ অস্ত্ৰ সম্বৰণ
কাৰ্বি আংলং জিলাৰ বোকাজানত বিদ্ৰোহী সংগঠন আলনাৰ যুদ্ধ বিৰতি গোটে বুজন পৰিমাণৰ অস্ত্ৰ সম্বৰণ কৰে (AANLA surrendered weapons) ৷ ২০০৬ চনত অসমৰ চাহ মজদুৰ শ্ৰমিক সকলৰ সুৰক্ষাৰ বাবে আত্মপ্ৰকাশ কৰা All Adivasi National Liberation Army (AANLA) চমুকৈ আনলাই ২০১২ চনত অসম চৰকাৰৰ লগত শান্তি চুক্তি কৰিছিল ।
২৫ বছৰত এটা পৰিয়ালৰে ১২ জনক সৰ্প দংশন, মৃত্যু ৫ জনৰ
গোবিন্দৰাজু হৈছে পৰিয়ালটোৰ শেহতীয়া সৰ্প দংশনৰ বলি হোৱা শেষৰজন সদস্য । বিগত ১৫ আগষ্টত পথাৰত পানী দি থকা অৱস্থাতে সৰ্প দংশনৰ বলি হৈ গোবিন্দৰাজুয়ে মৃত্যুক সাৱটি লয় (Karnataka family bitten by Snakes) ।
বিদ্যালয় হ্ৰাস কৰাৰ বিপৰীতে সমগ্ৰ ব্যৱস্থাটোৰ পুনৰীক্ষণ কৰাৰ আহ্বান সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ
হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণৰ হাৰ শূণ্য হোৱা বিদ্যালয়সমূহ বন্ধ কৰি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে(34 schools in Assam to be closed soon) । সেই অনুসৰি ৰাজ্যৰ ৩৪ খন হাইস্কুল বন্ধ কৰাৰ সিদ্ধান্ত লৈছে চৰকাৰে। এই সন্দৰ্ভত আছুৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ প্ৰতিক্ৰিয়া...
ক্ষেত্ৰীত গৰুভৰ্তি বাহনৰ লগতে আটক চোৰাং সৰবৰাহকাৰী
ৰাজ্যত অব্যাহত আছে গৰুৰ চোৰাং সৰবৰাহ(Illegal Cattle Smuggling at Khetri) । ইয়াৰ মাজতে গুৱাহাটীৰ নিকটৱৰ্তী ক্ষেত্ৰীত আৰক্ষীয়ে পুনৰ জব্দ কৰিছে গৰুভৰ্তি ট্ৰাক । ৰাজ্যত অব্যাহত আছে গৰুৰ চোৰাং সৰবৰাহ(Illegal Cattle Smuggling at Khetri) । ইয়াৰ মাজতে গুৱাহাটীৰ নিকটৱৰ্তী ক্ষেত্ৰীত আৰক্ষীয়ে পুনৰ জব্দ কৰিছে গৰুভৰ্তি ট্ৰাক ।