Yaba tablets seized at Sonapur: কোটি টকাৰ য়াবা টেবলেটসহ আটক আজমল
ড্ৰাগছৰ বিৰুদ্ধে কঠোৰ অসম আৰক্ষী (Anti drugs operation in Assam) ৷ এইবাৰ সোণাপুৰৰ টোল গেটত যুটীয়া আৰক্ষী আয়ুক্ত পাৰ্থ সাৰথি মহন্তৰ আৰু সোণাপুৰ আৰক্ষীৰ নেতৃত্বত চলা অভিযানত জব্দ প্ৰায় ১৫ কৌটি টকাৰ য়াবা টেবলেট (Yaba tablets seized at Sonapur) ৷ লগতে আটক মনিপুৰৰ থাম্বল গাঁৱৰ আজমল খান (৩০) নামৰ এজন লোক ৷
Rhino Terror in Majuli : 5 টাকৈ গঁড়ৰ মুক্ত বিচৰণত ভীতিগ্ৰস্ত মাজুলীবাসী
পাঁচটাকৈ গঁড়ৰ মুক্ত বিচৰণ মাজুলীৰ ভিন্ন চাপৰিত ৷ পগলা চাপৰিত ১ টা, মচুৱা চাপৰিত তিনিটা আৰু দক্ষিণ আঁহতগুৰিত ১ টা গঁড়ৰ মুক্ত বিচৰণ (Rhino terror in Majuli)৷
Independent Indias First Voter Shyam Saran Negi Dies : স্বাধীন ভাৰতৰ প্ৰথম ভোটাৰ শ্যাম চৰণ নেগী আৰু নাই
স্বাধীন ভাৰতৰ প্ৰথম ভোটাৰ শ্যাম চৰণ নেগী আৰু নাই (First voter of independent India Shyam Saran Negi passes away) ৷ 105 বছৰ বয়সত শনিবাৰে মৃত্যু হয় শ্যাম চৰণ নেগীৰ ৷
Rash Lila preparation : যোৰহাটত ৰাসৰ অন্তিম আখৰাত ব্যস্ত শিল্পী
যোৰহাট জিলাৰ বিভিন্ন প্ৰান্তত ৰাসলীলাৰ আয়োজন কৰা হৈছে । ৰাসৰ বাবে ব্যাপক প্ৰস্তুতি চলিছে (Preparation for Rash Lila)। ৰাসৰ আখৰাত ব্যস্ত হৈ পৰিছে শিল্পী আৰু কলা-কুশলীসকল ।
DAC ELECTION 2022 : কংগ্ৰেছে এতিয়া খিলঞ্জীয়া মানুহৰ ওচৰলৈ যাব নোৱাৰে !
শুকুৰবাৰে চৰাইদেউ জিলাৰ মাহমৰাত দেউৰী স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনী সভাত ৭ নং ৰজাবাৰী সমষ্টিৰ প্ৰাৰ্থী ভৈৰৱ দেউৰীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায় মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই (Minister Jayanta Malla Baruah)।