Droupadi Murmu arrives at Rashtrapati Bhavan: বিদায়ী ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দক সাক্ষাৎ দ্ৰৌপদী মূৰ্মুৰ
যোৱা ২২ জুলাইত অনুষ্ঠিত ৰাষ্ট্ৰপতি নিৰ্বাচনত প্ৰতিদ্বন্দ্বী যশৱন্ত সিনহাক পৰাভূত কৰি এক ঐতিহাসিক জয় পঞ্জীয়ন কৰিছিল দ্ৰৌপদী মূৰ্মুৱে ৷ মূৰ্মু আছিল প্ৰথমগৰাকী মহিলা জনজাতীয় প্ৰাৰ্থী আৰু দেশৰ ভিতৰতে সৰ্বোচ্চ পদবী দখল কৰা দ্বিতীয়গৰাকী মহিলা ।
Droupadi Murmu pays tributes at Raj Ghat: ৰাজঘাটত মহাত্মা গান্ধীক শ্ৰদ্ধাঞ্জলি দ্ৰৌপদী মূৰ্মুৰ
নৱ নিৰ্বাচিত ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মুৱে সোমবাৰে ৰাষ্ট্ৰীয় ৰাজধানীৰ ৰাজঘাটত 'ৰাষ্ট্ৰপিতা' মহাত্মা গান্ধীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে (President-elect Droupadi Murmu paid homage to Mahatma Gandhi)। ইয়াৰ পিছতে তেওঁ সংসদৰ কেন্দ্ৰীয় হলত অনুষ্ঠিত শপত গ্ৰহণ অনুষ্ঠানত দেশৰ ১৫ তম ৰাষ্ট্ৰপতি হিচাপে শপত বাক্য পাঠ কৰে (Murmu will take oath as President of India)।
Prez-elect's swearing in ceremony: যান-জঁট নিয়ন্ত্ৰণৰ বাবে দিল্লী আৰক্ষীৰ বিশেষ ব্যৱস্থা
নৱ-নিৰ্বাচিত ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মুৰ শপত গ্ৰহণ অনুষ্ঠানৰ প্ৰতি লক্ষ্য ৰাখি দিল্লী আৰক্ষীয়ে যান-জঁট নিয়ন্ত্ৰণৰ বাবে গ্ৰহণ কৰিছে কেতবোৰ বিশেষ ব্যৱস্থা (Prez-elect's swearing in ceremony) ৷
Sidhu Moose Wala Murder Case: হাৰিয়ানা আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ লৰেন্স বিষ্ণয়-গোল্ডী ব্ৰাৰ গেঙৰ চাৰি সদস্য
হাৰিয়ানা আৰক্ষীয়ে শনিবাৰে নিশা আম্বালা জিলাৰ মহেশ নগৰ আৰক্ষী থানাৰ অন্তৰ্গত এটা অঞ্চলত অভিযান চলাই লৰেন্স বিষ্ণয় আৰু গোল্ডী ব্ৰাৰ চক্ৰৰ সৈতে জড়িত চাৰিজন লোকক আটক কৰিবলৈ সক্ষম হয় ৷ লগতে ধৃত লোককেইজনৰ পৰা বৃহৎ সংখ্যক অস্ত্ৰ-শস্ত্ৰ আৰু সজীৱ গুলী উদ্ধাৰ কৰে অভিযানকাৰী আৰক্ষীৰ দলটোৱে ।
Tarsar Lake mishap: এমাহৰ অন্তত পাহালগামত উদ্ধাৰ উত্তৰাখণ্ডৰ পৰ্যটকৰ মৃতদেহ
দেওবাৰে অনন্তনাগ জিলাৰ পাহালগামৰ লিদ্দাৰৱাট অঞ্চলত উদ্ধাৰ কৰা হয় উত্তৰাখণ্ডৰ এজন পৰ্যটকৰ মৃতদেহ ৷ সুদীৰ্ঘ এমাহৰ অন্তত উদ্ধাৰ কৰা হ'ল লোকজনৰ মৃতদেহ (Uttarakhand tourist's body recovered after a month) ৷