No Covid Day Assam: প্ৰথমবাৰলৈ অসমত ক'ভিড আক্ৰান্ত শূণ্য
আজিৰ দিনটোত ক'ভিড আক্ৰান্তৰ সংখ্যা শূন্য হৈছে অসমত (No covid day Assam) ৷ আজিৰ দিনটোত ১,৭১৩ গৰাকী লোকৰ ক'ভিড পৰীক্ষা কৰা হৈছিল আৰু সকলোৰে ফলাফল নিগেটিভ হয় ।
যোৰহাটত চিকিৎসা মহাবিদ্যালয়ত উদযাপন বিশ্ব বৃক্ক দিৱস
প্ৰতিবছৰে 12 মাৰ্চত উদযাপন কৰা হয় বিশ্ব বৃক্ক দিৱস (World Kidney Day) ৷ ইয়াৰ উপলক্ষ্যে বৃহস্পতিবাৰে যোৰহাট চিকিৎসা মহাবিদ্যালয়ত উদযাপন কৰা হয় বিশ্ব বৃক্ক দিৱস (World Kidney Day celebrate at JMCH) ৷ যোৰহাট চিকিৎসা মহাবিদ্যালয়ত আয়োজন কৰা বিশ্ব বৃক্ক দিৱসৰ কাৰ্যসূচীত কেইবাজনো জ্যেষ্ঠ চিকিৎসকে বৃক্ক ৰোগ আৰু ইয়াৰ সময়ত ল’বলগীয়া সাৱধানতা বিষয়ে মন্তব্য আগবঢ়ায় ৷
এন বীৰেন সিঙেই হ’ব মণিপুৰৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী
এন বীৰেন সিঙেই হ’ব মণিপুৰৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী (N Biren Singh to get a second term) ৷ এই কথা সদৰি কৰিলে মণিপুৰ বিজেপিৰ বিশেষ সূত্ৰই ৷
কলগাছিয়াত ব্ৰাউন চুগাৰসহ ড্ৰাগছ ব্যৱসায়ী আটক
বৃহস্পতিবাৰে কলগাছিয়াৰ আদিতপূৰত আৰক্ষীয়ে চলোৱা এক অভিযানত বৃহৎ পৰিমাণৰ ব্ৰাউন চুগাৰ জব্দ (Huge amount of brown sugar seized at Kalgachia) কৰাৰ লগতে এজন ড্ৰাগছ ব্যৱসায়ীক আটক কৰা হয় ৷
চাকৰি নিয়মীয়াকৰণৰ দাবীত গুৱাহাটীত গৃহৰক্ষী জোৱানৰ অৱস্থান ধৰ্মঘট
ৰাজ্যত কৰ্মৰত গৃহৰক্ষী জোৱানসকলৰ চাকৰি নিয়মীয়াকৰণকে ধৰি কেইবাটাও দাবীৰ সমৰ্থনত গুৱাহাটীত গৃহৰক্ষী স্বেচ্ছাসেৱক কল্যাণ সন্থাৰ অনিৰ্দিষ্টকালীন অৱস্থান ধৰ্মঘট । অসম গৃহৰক্ষী আইন সংশোধনী আইন 2015 সংশোধন কৰাৰো দাবী সন্থাৰ ৷