Blast at Duliajan: দুলীয়াজানত ভয়ংকৰ বিস্ফোৰণত এজন যুৱকৰ মৃত্যু
দুলীয়াজানত সংঘটিত ভয়ংকৰ বিস্ফোৰণত এজন যুৱকৰ মৃত্যু ৷ নিহত যুৱকজনৰ নাম ঋতুৰাজ মেচ (Blast at Duliajan)৷
DAC election in Dibrugarh: ৪ নং ডিব্ৰুগড় পৰিষদীয় সমষ্টিত আৰম্ভ ভোটদান প্ৰক্ৰিয়া
দেউৰী স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ আজি ভোটগ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ হৈছে (Deori Autonomous council election) । সেই অনুসৰি ইতিমধ্যে ৪ নং ডিব্ৰুগড় পৰিষদীয় সমষ্টিতো ভোটগ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ হৈছে (DAC election in Dibrugarh) । কলৌলোৱা দেউৰী গাঁৱৰ মধ্য ইংৰাজী বিদ্যায়লত পুৱা ৮ বজাৰ পৰা শান্তিপূৰ্ণভাৱে অনুষ্ঠিত হৈছে ভোটগ্ৰহণ ।
Rasslila at Kaliabor: কলিয়াবৰৰ ৰাসত কেলি-গোপাল
শৰৎকালৰ বিতোপন পূৰ্ণিমাত শ্ৰীকৃষ্ণৰ প্ৰেমৰ ৰাসক্ৰীড়াই কলিয়াবৰৰ আকাশ-বতাহ মুখৰিত কৰিছে । ইতিহাস প্ৰসিদ্ধ হাটবৰ হাজাৰ অন্তৰ্গত পোন্ধৰগঞা ৰাইজে আড়ম্বৰপূৰ্ণভাৱে ৰাসক্ৰীড়া পৰিৱেশন কৰে । শৰৎ কালৰ পূৰ্ণিমা তিথিত আয়োজন কৰা শ্ৰীকৃষ্ণৰ ৰাসলীলা ছ-অৰা এখন সত্ৰৰে পৰিৱেষ্টিত কলিয়াবৰৰ অন্যতম মুখ্য ধৰ্মীয় উৎসৱ (Sri Krishna Ras at Kaliabor) ।
Bhabesh Kalita on Tollgate: ফৰচুনাৰ গাড়ী ল’ব পাৰিছে যেতিয়া ট’ল দিবই লাগিব !
ফৰচুনাৰ, টয়টা গাড়ী ল’ব পাৰিছে যেতিয়া ট’ল দিবই লাগিব(Tollgate on national hughway)৷ ভূতপূৰ্ব প্ৰধানমন্ত্ৰী অটল বিহাৰি বাজপেয়ীয়ে(Atal Bihari Vajpayee) বনাই থৈ যোৱা চাৰিলেন পথবোৰ মেৰামতিৰ বাবে ট’ল ল’বই লাগিব ৷ টোলগেটৰ সন্দৰ্ভত মঙলবাৰে এইদৰে মন্তব্য কৰিলে ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই (Assam BJP president Bhabesh Kalita)৷
Darrang ASP arrested: দৰঙৰ নিলম্বিত অতিৰিক্ত আৰক্ষী অধীক্ষক ৰূপম ফুকনক গ্ৰেপ্তাৰ
দৰঙৰ কিশোৰী হত্যাকাণ্ডৰ নতুন মোৰ । এইবাৰ গ্ৰেপ্তাৰ হ'ল নিলম্বিত অতিৰিক্ত আৰক্ষী অধীক্ষক ৰূপম ফুকন । এগৰাকী কিশোৰীৰ হত্যাৰ গোচৰৰ তদন্তত গাফিলতি কৰাৰ বাবে CID য়ে ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছিল ধূলা থানাৰ OC উৎপল বৰাক (OC Utpal Borah arrested by CID)। উৎপল বৰাৰ স্বীকাৰোক্তিৰ ভিত্তিত অতিৰিক্ত আৰক্ষী অধীক্ষক ৰূপম ফুকন জেৰা চলাইছিল CIDয়ে । মঙলদৈ অসামৰিক চিকিৎসালয়ৰ ৩ চিকিৎসককো গ্ৰেপ্তাৰ ।