Population Control Bill : বহু সাংসদৰ আছে ২ টাতকৈ অধিক সন্তান
চৰকাৰে জন্ম নিয়ন্ত্ৰণৰ বাবে ইতিমধ্যে জনসংখ্যা নিয়ন্ত্ৰণ বিধেয়ক প্ৰৱৰ্তনত গুৰুত্ব আৰোপ কৰিছে (Population Control Bill)। কিন্তু আপুনি জানেনে দুয়োখন সংসদৰে অধিকাংশ সাংসদৰে আছে ২টাতকৈও অধিক সন্তান । তেনে পৰিস্থিতিত তেওঁলোকে কেনেদৰে এই নীতিত সন্মতি প্ৰদান কৰিব । লক্ষণীয়ভাৱে লোকসভাত থকা ৩০৩ গৰাকী সাংসদৰ ভিতৰত ১০৭ গৰাকীৰে ২ টাতকৈ অধিক সন্তান আছে ।
Meghalaya brothel run by BJP leader : বিজেপি নেতাৰ ৰিজ’ৰ্টত চলিছে দেহ ব্যৱসায় !
পশ্চিম গাৰো পাহাৰ জিলাত উগ্ৰপন্থীৰ পৰা ৰাজনীতিত ভৰিত থোৱা বাৰ্ণাৰ্ড মাৰাক ওৰফে ৰিম্পুৰ মালিকানাধীন ফাৰ্মহাউচ ৰিম্পু বাগানত আৰক্ষীৰ 8 ঘন্টীয়া অভিযান ৷ অভিযানত 5 নাবালক-নাবালিকাক উদ্ধাৰৰ লগতে ৭৩ জন লোকক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে (Search team detained 73 People) ৷
Monkeypox global public health emergency : মাংকিপক্সক চিকিৎসাজনিত জৰুৰীকালীন অৱস্থা ঘোষণা WHOৰ
দেশজুৰি অব্যাহত আছে ক’ৰণা মহামাৰীৰ প্ৰকোপ ৷ কিন্তু ইয়াৰ মাজতে এইবাৰ মাংকিপক্সে দেশজুৰি ত্ৰাসৰ সৃষ্টি কৰিছে ৷ আফ্ৰিকাত মাংকিপক্সৰ ফলত মৃত্যু হোৱাৰো খবৰ পোৱা হৈছে (Monkeypox In India)৷ যাৰ বাবে বিশ্ব স্বাস্থ্য সংস্থাই মাংকিপক্সক চিকিৎসাজনিত জৰুৰীকালীন অৱস্থা ঘোষণা কৰিছে ৷
India-US discuss on drug trafficking : ভাৰত-আমেৰিকাৰ ড্ৰাগছ সৰবৰাহ নিয়ন্ত্ৰণত গুৰুত্ব
ভাৰত আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ মাজত ড্ৰাগছ জাতীয় সামগ্ৰী নিয়ন্ত্ৰণ আৰু আইন প্ৰৱৰ্তন সহযোগিতাৰ সংশোধিত চুক্তি পত্ৰত স্বাক্ষৰ (Amended Letter of Agreement signed)। নতুন দিল্লীত নাৰ্কোটিক্স কণ্ট্ৰোল ব্যুৰো, ভাৰতৰ (NCB) উদ্য়োগত ভাৰত-আমেৰিকা যুক্তৰাষ্ট্ৰৰ তৃতীয়খন বৈঠক অনুষ্ঠিত হয়।
World Athletics Championships: বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপত ইতিহাস ৰচনা নীৰজ চোপ্ৰাৰ
অলিম্পিকত সোণৰ পদক অৰ্জন কৰা নীৰজ চোপ্ৰাৰ আন এক সাফল্য (Olympic champion Neeraj Chopra) ৷ বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপৰ ফাইনেলত জেভলিন থ্ৰ’ত ৰূপৰ পদক অৰ্জন কৰি ইতিহাস ৰচনা নীৰজ চোপ্ৰাৰ । প্ৰতিযোগিতাখনত স্বৰ্ণ পদক অৰ্জন কৰে এণ্ডাৰছন পিটাৰ্ছে ৷