বাক্সা,21 জানুৱাৰীঃ অসম চাহ মজদূৰ সংঘৰ আহ্বানত ৰাজ্যৰ বিভিন্ন চাহাগান সমূহত কৰ্মৰত উপ কৰ্মচাৰী সকলৰ দৰমহা বৃদ্ধিৰ লগতে ২০১৮ চনৰ ৩০ চেপ্তেম্বৰৰ পৰা বাকী থকা বকেয়া ধনৰাশি মুকলি কৰাৰ দাবীত তামুলপুৰৰ নাগ্ৰিজুলী চাহ বাগিছাত বাগিছাখনৰ উপ কৰ্মচাৰী সকলৰ একঘন্টীয়া ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে মঙলবাৰে ৷
তামুলপুৰত দৰমহা বৃদ্ধিৰ দাবীত বাগিচা কৰ্মচাৰীৰ ধৰ্ণা - NAGRIJULI TEA ESTATE OF BAKSHA ASSAM
বিভিন্ন চাহাগান সমূহত কৰ্মৰত উপ কৰ্মচাৰী সকলৰ দৰমহা বৃদ্ধিৰ লগতে ২০১৮ চনৰ ৩০ চেপ্তেম্বৰৰ পৰা বাকী থকা বকেয়া ধনৰাশি মুকলি কৰাৰ দাবীত তামুলপুৰৰ নাগ্ৰিজুলী চাহ বাগিছাত প্ৰতিবাদ ৷
দৰমহা বৃদ্ধিৰ দাবীত বাগিচা কৰ্মচাৰীৰ ধৰ্ণা
পূৱা সাত বজাৰ পৰা আৰম্ভ হোৱা ধৰ্ণা কাৰ্যসূচীত কৰ্মচাৰীসকলে উপ কৰ্মচাৰী সকলৰ দৰমহা বৃদ্ধি কৰক,বকেয়া ধন আদায় দিয়ক,মালিক পক্ষ হায় হায়,মালিক পক্ষ মিছলীয়া,এ চি এম এছ জিন্দাবাদ,আমাৰ দাবী নায্য দাবী আদি শ্ল' গানেৰে বাগিছাৰ কাৰ্যালয়ৰ সন্মুখ উত্তাল কৰি তোলে ৷ আমাৰ দাবী নায্য দাবী আদি শ্ল'গানেৰে বাগিছাৰ কাৰ্যালয়ৰ সন্মুখ উত্তাল কৰি তোলে ৷
লগতে চাওকঃঅৰুণাচল প্ৰদেশত বন্যহস্তীৰ দ্বাৰা কৃষি শস্য নষ্ট হোৱা পৰিয়ালক টকাৰ পৰিবৰ্তে চাউল প্ৰদান বন বিভাগৰ