বৰমা, ২৩ নবেম্বৰঃ বাক্সাৰ শালবাৰীৰ বজাৰত "হিন্দু জাগৰণ মঞ্চ অসম" বাক্সা জিলা সমিতিৰ উদ্যোগত আৰু শালবাৰীৰ আঞ্চলিক সমিতিৰ সহযোগত সোমবাৰে এক স্বচ্ছ ভাৰত অভিযান কাৰ্যসূচী গ্ৰহণ কৰা হয় । সংগঠনটোৰ সদস্য সকলে হাতে হাতে ঝাডু লৈ শালবাৰীৰ বজাৰ খন স্বচ্ছ আৰু নিকা কৰাৰ স্বাৰ্থত এই কাৰ্যসূচী ৰূপায়ন কৰে ৷
বাক্সাৰ শালবাৰীত হিন্দু জাগৰণ মঞ্চৰ স্বচ্ছ ভাৰত অভিযান - স্বচ্ছ আৰু নিকা
"হিন্দু জাগৰণ মঞ্চ অসম" বাক্সা জিলা সমিতিৰ উদ্যোগত আৰু শালবাৰী আঞ্চলিক সমিতিৰ সহযোগত সোমবাৰে এক স্বচ্ছ ভাৰত অভিযান কাৰ্যসূচী গ্ৰহণ কৰা হয় । উল্লেখ্য যে, লাচিত দিৱসৰ লগত সংগতি ৰাখি সোমবাৰৰ পৰা দুদিনীয়াকৈ বিশেষ কাৰ্যসূচী গ্ৰহণ কৰে সংগঠনটোৱে ।

বাক্সাৰ শালবাৰীত হিন্দু জাগৰণ মঞ্চৰ স্বচ্ছ ভাৰত অভিযান
বাক্সাৰ শালবাৰীত হিন্দু জাগৰণ মঞ্চৰ স্বচ্ছ ভাৰত অভিযান
উল্লেখ্য যে, লাচিত দিৱসৰ লগত সংগতি ৰাখি সোমবাৰৰ পৰা দুদিনীয়াকৈ বিশেষ কাৰ্যসূচী গ্ৰহণ কৰে সংগঠনটোৱে । ইফালে দ্বিতীয় দিনাৰ কাৰ্যসূচীৰ উপলক্ষে মঙলবাৰে শালবাৰীৰ পৰা সৰুপেটালৈ এক মটৰ চাইকেল সমদল উলিওৱা কথাও সাংবাদিকৰ আগত সদৰি কৰে সংগঠনটোৰ নেতৃত্বয় ৷