অসম

assam

ETV Bharat / state

হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তিৰ্ণ শিক্ষাৰ্থীক সম্বৰ্ধনা বাথৌ আশ্ৰম হাইস্কুল পৰিচালনা সমিতিৰ - বিদ্যালয়

২০২০ চনৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত কৃতকাৰ্য্যতাৰে উত্তিৰ্ণ হোৱা ছাত্ৰ ছাত্ৰী সকলক বৃহস্পতিবাৰে বৰমা বাথৌ আশ্ৰম হাইস্কুল পৰিচালনা সমিটিয়ে মানপত্ৰ আৰু আৰনায়েৰে সম্বৰ্ধনা জনায় ৷ বিদ্যালয়ৰ ৩২ জন পৰীক্ষাৰ্থীৰ ভিতৰত তিনিজনে ডিষ্টিংচন, ৬ জনে ষ্টাৰ, ১৪ জনে প্ৰথম আৰু ৯ জনে দ্বিতীয় বিভাগত উত্তিৰ্ণ হয় ৷

inauguration
হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তিৰ্ণ শিক্ষাৰ্থীক সম্বৰ্ধনা বাথৌ আশ্ৰম হাইস্কুল পৰিচালনা সমিটিৰ

By

Published : Nov 12, 2020, 8:37 PM IST

বৰমা, ১১ নৱেম্বৰঃবাক্সা জিলাৰ বৰমা বাথৌ আশ্ৰম হাইস্কুলৰ ২০২০ চনৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত কৃতকাৰ্য্যতাৰে উত্তিৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰী সকলক বৃহস্পতিবাৰে বিদ্যালয়খনৰ পৰিচালনা সমিতিয়ে মানপত্ৰ আৰু আৰনায়েৰে সম্বৰ্ধনা জনায় ৷ সম্বৰ্ধনা অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে পায়নীয়াৰ একাডেমিৰ অধ্যক্ষ তৰ্জু স্বৰ্গীয়াৰী ৷

শিক্ষাৰ্থীক সম্বৰ্ধনা

উল্লেখ্য যে, বৰমা বাথৌ আশ্ৰম হাইস্কুলৰ ৩২ জন পৰীক্ষাৰ্থীৰ ভিতৰত তিনিজনে ডিষ্টিংচন, ৬ জনে ষ্টাৰ, ১৪ জনে প্ৰথম আৰু ৯ জনে দ্বিতীয় বিভাগত উত্তিৰ্ণ হয় ৷ সম্বৰ্ধনা অনুষ্ঠানত বৰমা বাথৌ আশ্ৰমৰ অধ্যক্ষ মোহন স্বৰ্গীয়াৰী, বৰমা উচ্চতৰ মাধ্যমিক বিদ্যালৰ প্ৰাক্তন অধ্যক্ষ গদাধৰ বড়ো, বৰমা বাথৌ আশ্ৰম পৰিচালনা সমিটিৰ উপ সভাপতি গুণাৰাজা বসুমতাৰী, উমেশ বসুমতাৰী, ৰজনী মোহন বড়ো আদি উপস্থিত থাকে ৷

লগতে পঢ়কঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ জে এন ইউ ছাত্ৰ একতা সভাৰ মুকলি পত্ৰ

ABOUT THE AUTHOR

...view details