অসম

assam

ETV Bharat / state

বাক্সাৰ শালবাৰীত উদ্ধাৰ প্ৰকাণ্ড অজগৰ - মানাহ ৰাষ্ট্ৰীয় উদ্যান

মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ সমীপৰ পূৱ ছাফাকামাৰত উদ্ধাৰ অজগৰ । মানাহৰ সাপ উদ্ধাৰকাৰী দল (Snake Rescue Team) উপস্থিত হৈ অজগৰ ডাল উদ্ধাৰ কৰিবলৈ সক্ষম হয় । পৰৱৰ্তী সময়ত অজগৰ ডাল মানাহ ৰাষ্ট্ৰীয় উদ্যানত মুকলি কৰি দিয়া হয় ৷

snake rescued in baksha
বাক্সাৰ শালবাৰীত উদ্ধাৰ প্ৰকাণ্ড অজগৰ

By

Published : Jun 6, 2021, 4:21 PM IST

বাক্সা,৬ জুন:বাক্সা জিলাৰ শালবাৰীত পুৱাই উদ্ধাৰ এটা প্ৰকাণ্ড অজগৰ । মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ সমীপৰ পূৱ ছাফাকামাৰত উদ্ধাৰ অজগৰ ডাল ।উল্লেখ্য যে, পুৱা গাঁওখনৰ খেতিয়কসকলে খেতিপথাৰত প্ৰত্যক্ষ কৰে অজগৰ ডাল ।

বাক্সাৰ শালবাৰীত উদ্ধাৰ প্ৰকাণ্ড অজগৰ

পাচত মানাহৰ বাঁহাবাৰী বনবিষয়াক অৱগত কৰাত সাপ উদ্ধাৰকাৰী দল (Snake Rescue Team) উপস্থিত হৈ অজগৰ ডাল উদ্ধাৰ কৰে । পৰৱৰ্তী সময়ত অজগৰ ডাল মানাহ ৰাষ্ট্ৰীয় উদ্যানত মুকলি কৰি দিয়া হয় ৷ ইফালে কোনো ক্ষতি নকৰাকৈ অজগৰ ডাল, সাপ উদ্ধাৰকাৰী দলক গতাই দিয়াৰ বাবে পূৱ ছাফাকামাৰ গাঁৱৰ ৰাইজক প্ৰশংসা কৰে বিভিন্নজনে ।

লগতে পঢ়ক:কৰিমগঞ্জত জব্দ হস্ত নিৰ্মিত বন্দুক

ABOUT THE AUTHOR

...view details