বাক্সা, 20 মে': এন আৰ চিৰ দাবী আপত্তিৰ নামত ৰাইজক কৰা হাৰাশাস্তি বন্ধ কৰাৰ লগতে অসমত এখন শুদ্ধ-বিদেশীমুক্ত এন আৰ চি প্ৰস্তুত কৰাৰ দাবীৰে সোমবাৰে তামুলপুৰত এবিএমছুৱে ৰূপায়ণ কৰে অৱস্থান ধৰ্মঘট কাৰ্যসূচী।
এনআৰচিৰ নামত অত্যাচাৰ নচলিবঃ এবিএমছু - এবিএমছুৰ প্ৰতিবাদ
বাক্সাৰ তামুলপুৰৰ ঘগ্ৰাচকত এবিএমছুৰ প্ৰতিবাদ ৷ এখন শুদ্ধ-বিদেশীমুক্ত এন আৰ চি প্ৰস্তুত কৰাৰ দাবীৰে সোমবাৰে তামুলপুৰত এবিএমছুৱে ৰূপায়ণ কৰে অৱস্থান ধৰ্মঘট কাৰ্যসূচী
![এনআৰচিৰ নামত অত্যাচাৰ নচলিবঃ এবিএমছু](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-3332906-thumbnail-3x2-tuooo.jpg)
বাক্সাৰ তামুলপুৰৰ ঘগ্ৰাচকত এবিএমছুৰ প্ৰতিবাদ
বাক্সাৰ তামুলপুৰৰ ঘগ্ৰাচকত এবিএমছুৰ প্ৰতিবাদ
তামুলপুৰ জিলা এবিএমছুৰ উদ্যোগত তামুলপুৰ ঘগ্ৰাচকত পুৱা ১১ বজাৰ পৰা দিনৰ ১ বজালৈ গ্ৰহণ কৰা হয় এই প্ৰতিবাদী কাৰ্যসূচী। এনআৰচিৰ নামত অত্যাচাৰ নচলিব, বিদেশীৰ নামত স্বদেশীক হাৰাশাস্তি কৰা বন্ধ কৰক,আমাক এখন শুদ্ধ এন আৰ চি লাগিবই আদি ধ্বনিৰে উত্তাল কৰি তোলে তামুলপুৰৰ আকাশ বতাহ।