অসম

assam

ETV Bharat / state

বাক্সাত প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ পৰিদৰ্শন সাংসদ নৱ কুমাৰ শৰণীয়াৰ

নিজ কাউৰবাহা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ পৰিদৰ্শন কৰে কোকৰাঝাৰ লোকসভা সমষ্টিৰ সাংসদ নৱ কুমাৰ শৰণীয়াই ৷ বিভিন্ন অভাৱ অভিযোগ সম্পৰ্কে বুজ লয় সাংসদগৰাকীয়ে ৷

By

Published : Nov 12, 2019, 5:17 PM IST

প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ পৰিদৰ্শন সাংসদ নৱ কুমাৰ শৰণীয়াৰ

বাক্সা, 12 নৱেম্বৰ:আজি বাক্সা জিলাৰ গোৰেশ্বৰ পৰিষদীয় সমষ্টিৰ, নিজ কাউৰবাহা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ পৰিদৰ্শন কৰেকোকৰাঝাৰ লোকসভা সমষ্টিৰ সাংসদ নৱ কুমাৰ শৰণীয়া স্বাস্থ্য কেন্দ্ৰটোৰ বিভিন্ন অভাৱ অভিযোগ সম্পৰ্কে বুজ লয় সাংসদগৰাকীয়ে

নিজ কাউৰবাহা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ পৰিদৰ্শন সাংসদ নৱ কুমাৰ শৰণীয়াৰ

আনহাতে সংবাদ মাধ্যমৰ আগত সদৰী কৰে যে,বৰ্তমান সময়ত যদি বিটিচিৰ পৰিষদীয় নিৰ্বাচন অনুষ্ঠিত হয় তেন্তে তেওঁ ৩৫ খন আসন পোৱাটো নিশ্চিত ৷ লগতে37, 38 খনলৈয়ো এই আসন বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে আৰু এই ক্ষেত্ৰত তেওঁলোকৰ দলটোক বিভিন্ন জাতি-জনগোষ্ঠীয় দল সংগঠনে যথেষ্ট সহায় আগবঢ়াইছে বুলি মত প্ৰকাশ কৰে ৷

নিজ কাউৰবাহা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ পৰিদৰ্শন সাংসদ নৱ কুমাৰ শৰণীয়াৰ
গণ সুৰক্ষা পাৰ্টী ৰাইজক সুৰক্ষা দিয়াৰ উদ্দেশ্যে গঠন হৈছে বুলিও কয় সাংসদ নৱ শৰণীয়াই ৷ এই গণ সুৰক্ষা পাৰ্টীহৈছেঅবড়ো সুৰক্ষা সমিতিৰ প্ৰত্যক্ষ সহযোগত জন্ম হোৱা দল ৷
নিজ কাউৰবাহা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ পৰিদৰ্শন সাংসদ নৱ কুমাৰ শৰণীয়াৰ

ইতিমধ্যেসাংসদ গৰাকীয় বিটিচিৰ পৰিষদীয় নিৰ্বাচনৰ বাবে নিজকে সম্পূৰ্ণৰূপে সাজু কৰিছে ৷

লগতে পঢ়কঃমহাৰাষ্ট্ৰত সমাপ্ত হোৱাৰ দিশে চৰকাৰ গঠনৰ হাইভল্টেজ ড্ৰামা !

ABOUT THE AUTHOR

...view details