অসম

assam

বাক্সা জিলাৰ থমনাত বিশেষভাৱে সক্ষম যুৱক নিৰুদ্দেশ

By

Published : Dec 22, 2020, 6:42 PM IST

বাক্সা জিলাৰ থমনা যোগদলা গাঁৱৰ সুৰুজ দাস (16) নামৰ বিশেষভাৱে সক্ষম যুৱক 19 ডিচেম্বৰৰ পৰা নিৰুদ্দেশ ৷ কোনো লোকে সন্ধান পালে ৯৬৭৮০৫০২২৯ নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে ৷

Physical handicapped youth is missing in Baksa district
বাক্সা জিলাৰ থমনাত বিশেষভাৱে সক্ষম যুৱক নিৰুদ্দেশ

বাক্সা, 22 ডিচেম্বৰ : বাক্সা জিলাৰ থমনা যোগদলা গাঁৱৰ সুৰুজ দাস (16) নামৰ বিশেষভাৱে সক্ষম যুৱক এজন 19 ডিচেম্বৰৰ পৰা নিৰুদ্দেশ হৈ আছে ৷ মিঠা বৰণৰ প্ৰায় 5 ফুট ওখ, জিনচ লংপেণ্ট, টিচাৰ্ট পৰিহিত যুৱকজনৰ কোনোবা সদাশয় লোকে দেখিলে এই৯৬৭৮০৫০২২৯ নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে পৰিয়ালৰ লোকে ৷

ABOUT THE AUTHOR

...view details