ভ্ৰাম্যমাণৰ এজন অৱহেলিত শিল্পী, তেওঁ আজি এলাগী... - CHOREOGRAPHER
অসমৰ প্ৰথমটো ভ্ৰাম্যমাণ নাট্য দল অচ্যুত লহকৰৰ নটৰাজ থিয়েটাৰত নৃত্য শিল্পী হিচাপে যোগদান কৰি পৰৱৰ্তী সময়ত ৰূপালীম,অসম ষ্টাৰ,পৰিহৰেশ্বৰ থিয়েটাৰত নৃত্য পৰিচালনা কৰাৰ উপৰিও বড়ো আৰু নেপালী ভাষাৰ নাট্যদল চোৰাংমঞ্জু আৰু লামিগুৰাচ থিয়েটাৰত নৃত্য পৰিচালক হিচাপে কাম কৰিছিল তেখেতে ৷
![ভ্ৰাম্যমাণৰ এজন অৱহেলিত শিল্পী, তেওঁ আজি এলাগী...](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-3666580-thumbnail-3x2-theatre.jpg)
ভ্ৰাম্যমাণৰ এজন অৱহেলিত শিল্পী
৩৮ বছৰে ভ্ৰাম্যমাণ থিয়েটাৰত জড়িত হৈ থকা এজন মাটিৰ শিল্পী ৷ এসময়ত অসমৰ আগশাৰীৰ ভ্ৰাম্যমাণ নাট্য দলত নৃত্য পৰিচালনা কৰি দৰ্শকৰ সমাদৰ লাভ কৰিছিল তেওঁ ৷ যাত্ৰা পাৰ্টীৰ পৰা ভ্ৰাম্যমাণলৈ উত্তৰণৰ এই সমগ্ৰ পৰিক্ৰমাত তেখেতৰ অৱদান অনস্বীকাৰ্য ৷ বাক্সাৰ বিলপাৰ গাঁৱৰ বাসিন্দা এইগৰাকী প্ৰখ্যাত নৃত্যশিল্পী এতিয়া এলাগী হ'ল....
এজন অৱহেলিত শিল্পীৰ কথাৰে...