বৰমা, 10 নৱেম্বৰ :পুনৰ পৰ্যটকৰ আগমণ ঘটিছে মানাহ ৰাষ্ট্ৰীয় উদ্যানলৈ ৷ যাৰবাে সাজু হৈ উঠিছে ল'জ,জীপ ছাফাৰী,হাতী ছাফাৰী,নাও ইত্যাদি ৷
পৰ্যটকৰ আগমণত প্ৰাণ পাই উঠিছে মানাহ ৰাষ্ট্ৰীয় উদ্যান
পৰ্যটকৰ আগমণে আনন্দিত কৰিছে মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ ল'জ,ৰেষ্টোৰা কৰ্তৃপক্ষক ৷ সম্পূৰ্ণ 8 মাহৰ বিৰতিৰ পিচত প্ৰাণ পাই উঠিছে ৰাষ্ট্ৰীয় উদ্যানখন ৷
পৰ্যটকৰ আগমণত প্ৰাণ পাই উঠিছে মানাহ ৰাষ্ট্ৰীয় উদ্যান
উল্লেখ্য যে, বিগত প্ৰায় 8 মাহৰ পিচত মুকলি হৈছে মানাহ ৰাষ্ট্ৰীয় উদ্যান ৷ কৰ'ণা ত্ৰাসৰ মাজতে পৰিস্থিতি কিছু প্ৰতিকুল হোৱাত 2 অক্টোবৰত পৰ্যটকৰ বাবে মুকলি কৰি দিছিল মানাহ ৰাষ্ট্ৰীয় উদ্যান ৷ যাৰবাবে বৰ্তমান সাজু হৈ উঠিছে ৰাষ্ট্ৰীয় উদ্যানখনৰ দাতিকাষৰীয়া বিভিন্ন ল'জ তথা ৰেষ্টোৰাসমূহ ৷
লগতে পঢ়ক :সংখ্যালঘু ছাত্ৰবৃত্তি কেলেংকাৰীৰে জড়িত 21 গৰাকীক আটক