বাক্সা, 28 আগষ্টঃ বাক্সা জিলাৰ কুমাৰীকাটাত আক্ৰাছুৰ প্ৰতাৰণা দিৱস পালন ৷ উল্লেখ্য যে, ১৯৪৯ চনৰ ২৮ আগষ্টত ভাৰত চৰকাৰ আৰু কোচ ৰাজবংশী জনগোষ্ঠীৰ শেষ ৰজাৰ মাজত মাৰঝাৰ চুক্তি স্বাক্ষৰ কৰা হৈছিল যদিও আজিপৰ্যন্ত এই চুক্তি ৰূপায়ন নোহোৱাক লৈ ক্ষোভ প্ৰকাশ কৰে কুমাৰীকাটা আঞ্চলিক কোচ ৰাজবংশী ছাত্ৰ সন্থাই ৷
কুমাৰীকাটাত আক্ৰাছুৰ প্ৰতাৰণা দিৱস পালন - কুমাৰীকাটাত আক্ৰাছুৰ প্ৰতাৰণা দিৱস পালন
বাক্সা জিলাৰ কুমাৰীকাটাত আক্ৰাছুৰ প্ৰতাৰণা দিৱস পালন ৷ শুকুৰবাৰে কুমাৰীকাটাত ক’লা পতাকা উত্তোলন কৰি প্ৰতিবাদ সাব্যস্ত কৰে আক্ৰাছুৱে ৷
![কুমাৰীকাটাত আক্ৰাছুৰ প্ৰতাৰণা দিৱস পালন Kumarikata AAKRASU protest](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-8587702-thumbnail-3x2-b.jpg)
কুমাৰীকাটাত আক্ৰাছুৰ প্ৰতাৰণা দিৱস পালন
কুমাৰীকাটাত আক্ৰাছুৰ প্ৰতাৰণা দিৱস
শুকুৰবাৰে কুমাৰীকাটাত ক’লা পতাকা উত্তোলন কৰি প্ৰতিবাদ সাব্যস্ত কৰে সংগঠনটোৰ সদস্যসকলে ৷ আনহাতে, 2021ৰ পূৰ্বে চৰকাৰে মাৰঝাৰ চুক্তিখন ৰূপায়নৰ ব্যৱস্থা নকৰিলে অনাগত দিনত বিকল্প ব্যৱস্থা গ্ৰহণ কৰিব বুলিও সকিয়নী প্ৰদান কৰে সংগঠনটোৰ নেতৃবৃন্দই ৷
লগতে পঢ়ক-লোকসভাত কংগ্ৰেছৰ উপ দলপতিৰ পদত অধিস্থিত হ‘ল সাংসদ গৌৰৱ গগৈ