বাক্সা,13 মাৰ্চ:নতুন প্ৰজন্মক খেলৰ প্ৰতি আকৰ্ষিত কৰাৰ লক্ষ্যৰে বাক্সা জিলাৰ বৰিমাখাত এবছুৰ উদ্যোগত শনিবাৰৰ পৰা দুদিনীয়াকৈ আৰম্ভ হৈছে কাবাডী আৰু ভলীবল প্ৰতিযোগিতা ৷ বৰিমাখা আঞ্চলিক এবছুৰ উদ্যোগত অনুষ্ঠিত প্ৰতিযোগিতাখন আনুষ্ঠানিকভাৱে উদ্বোধন কৰে বাক্সা জিলা এবছুৰ সভাপতি উমেশ দৈমাৰীয়ে ৷
বৰিমাখাত এবছুৰ উদ্যোগত কাবাডী-ভলীবল প্ৰতিযোগিতা - কাবাডী আৰু ভলীবল প্ৰতিযোগিতা
বৰিমাখাত এবছুৰ উদ্যোগত শনিবাৰৰ পৰা দুদিনীয়াকৈ আৰম্ভ হৈছে কাবাডী আৰু ভলীবল প্ৰতিযোগিতা ৷ প্ৰতিযোগিতাখন উদ্বোধন কৰে বাক্সা জিলা এবছুৰ সভাপতি উমেশ দৈমাৰীয়ে ৷
![বৰিমাখাত এবছুৰ উদ্যোগত কাবাডী-ভলীবল প্ৰতিযোগিতা বৰিমাখাত এবছুৰ উদ্যোগত কাবাডী আৰু ভলীবল প্ৰতিযোগিতা](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-10997866-480-10997866-1615653260812.jpg)
বৰিমাখাত এবছুৰ উদ্যোগত কাবাডী আৰু ভলীবল প্ৰতিযোগিতা
প্ৰতিযোগিতাখনত ল'ৰা আৰু ছোৱালীৰ প্ৰায় বিশটা কাবাডী আৰু ভলীবল দলে যোগদান কৰিছে বুলি জানিবলৈ দিয়ে বাক্সা জিলা এবছুৰ সভাপতি উমেশ দৈমাৰীয়ে ৷
TAGGED:
কাবাডী আৰু ভলীবল প্ৰতিযোগিতা