গোৰেশ্বৰত জিঅ' বেগেৰে খহনীয়া প্ৰতিৰোধৰ চেষ্টা - JIO BAG
শুক্লাই নদীৰ খহনীয়াই তাণ্ডৱ সৃষ্টি কৰি আহিছে। বহু কৃষকৰ খেতি মাতি নৈৰ বুকুত জাহ গৈছে। জিঅ' বেগেৰে খহনীয়া ৰোধৰ চেষ্টা
![গোৰেশ্বৰত জিঅ' বেগেৰে খহনীয়া প্ৰতিৰোধৰ চেষ্টা](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-3558744-thumbnail-3x2-baksa-2.jpg)
গোৰেশ্বৰত জিঅ' বেগেৰে খহনীয়া প্ৰতিৰোধৰ চেষ্টা
তামুলপুৰ,14 জুনঃ বাক্মা জিলাৰ গোৰেশ্বৰৰ শুৱাগপুৰত জলসম্পদ বিভাগৰ অনুমোদিত SDRF২০১৮-১৯ আঁচনিৰ অধীনৰ খহনীয়া প্ৰতিৰোধী আঁচনি এখন ১৩ জুন তাৰিখে আনুষ্ঠানিক ভাৱে মুকলি কৰে BTADৰ শুক্লাই চেৰফাং পৰিষদীয় সমষ্টিৰ সদস্য গণেশ কছাৰীয়ে । আঁচনিখন মুকলি কৰি দিয়া ভাষণত কছাৰীয়ে কয় যে বছৰ বছৰ ধৰি অৱহেলিত হৈ থকা অঞ্চলটোত বৰ্তমান উন্নয়নৰ ধাৰা তৰান্বিত হৈছে। লগতে তেওঁ এবছু আৰু সাংসদ নৱ কুমাৰ শৰণীয়াক কঠোৰ ভাষাৰে সমালোচনা কৰে ।
গোৰেশ্বৰত জিঅ' বেগেৰে খহনীয়া প্ৰতিৰোধৰ চেষ্টা