অসম

assam

ETV Bharat / state

হৰেকৃষ্ণ মহন্ত আতাৰ জীৱনভিত্তিক তথ্যচিত্ৰ "Alone in the combat zone" ৰ শুভ মুক্তি - Baksha

দেওবাৰে বৰঙ্গাজুলী সত্ৰৰ প্ৰেক্ষাগৃহত এক গাম্ভীয্যপূৰ্ণ অনুষ্ঠানত শুভ মুক্তি দিয়া হয় 29 খন সত্ৰ স্থাপন কৰি বিভিন্ন জাতি জনজাতিক একতাৰ ডোলেৰে বান্ধি শংকৰদেৱৰ আদৰ্শৰে মানুহৰ মন জয় কৰা তামুলপুৰ বিধান সভাৰ সীমামুৰীয়া পানেৰী বিধান সভাৰ অন্তৰ্গত বৰঙ্গাজুলী সত্ৰৰ সত্ৰাধিকাৰ হৰেকৃষ্ণ মহন্তৰ জীৱনভিত্তিক তথ্যচিত্ৰ "Alone in the combat zone" ৷

হৰেকৃষ্ণ মহন্ত আতাৰ জীৱনৰ ভিত্তি তথ্যচিত্ৰ "Alone in the combat zone" ৰ শুভ মুক্তি

By

Published : Apr 23, 2019, 6:55 AM IST

তামুলপুৰ, 23 এপ্ৰিল: বৰঙ্গাজুলী সত্ৰৰ সত্ৰাধিকাৰ হৰেকৃষ্ণ মহন্তৰ জীৱনৰ ভিত্তিত প্ৰযোজিত তথ্যচিত্ৰ "Alone in the combat zone" ৰ শুভ মুক্তি ৷ দেওবাৰে বৰঙ্গাজুলী সত্ৰৰ প্ৰেক্ষাগৃহত এক গাম্ভীয্যপূৰ্ণ অনুষ্ঠানত শুভ মুক্তি দিয়া হয় 29 খন সত্ৰ স্থাপন কৰি বিভিন্ন জাতি জনজাতিক একতাৰ ডোলেৰে বন্ধি শংকৰদেৱৰ আদৰ্শৰে মানুহৰ মন জয় কৰা তামুলপুৰ বিধান সভাৰ সীমামুৰীয়া পানেৰী বিধান সভাৰ অন্তৰ্গত বৰঙ্গাজুলী সত্ৰৰ সত্ৰাধিকাৰ হৰেকৃষ্ণ মহন্তৰ জীৱনৰ ভিত্তিত প্ৰযোজিত তথ্যচিত্ৰ "Alone in the combat zone" ৷ সমাজৰ প্ৰতি দায়বদ্ধ এই গৰাকী মনিষীৰ জীৱনৰ ওপৰত নিৰ্মিত তথ্যচিত্ৰ খনিৰ পৰিচালনা মঞ্জুল বৰুৱাৰ লগতে প্ৰযোজনা গোপাল জালান আৰু মুন শইকীয়াৰ ৷ অঞ্চলটোৰ উন্নতিৰ হকে এতিয়াও অহৰহ কাম কৰি আছে 94 বৰ্ষ গড়কা এই মনিষি গৰাকীয়ে ৷ কালিচৰণ ব্ৰহ্ম বঁটা প্ৰাপক সত্ৰাধিকাৰ হৰেকৃষ্ণ মহন্ত আতাক শংকৰদেৱ বঁটা দিয়াৰ বাবে চৰকাৰক অনুৰোধ বিটিচিৰ উপাধ্যক্ষ নেৰচন বড়োৰ ।

হৰেকৃষ্ণ মহন্ত আতাৰ জীৱনৰ ভিত্তি তথ্যচিত্ৰ "Alone in the combat zone" ৰ শুভ মুক্তি

ABOUT THE AUTHOR

...view details