বাক্সা,৬ মে’:ৰাজ্যত কৰ'ণা সংক্ৰমণে ভয়াৱহ ৰূপ ধাৰণ কৰাৰ লগে লগে চৰকাৰে নতুন নতুন নীতি-নিৰ্দেশনা দিবলগীয়া পৰিৱেশৰ সূচনা হৈছে । ইতিমধ্যে চৰকাৰে দিয়া নতুন নিৰ্দেশনা অনুসৰি বুধবাৰৰ পৰা ৰাজ্যৰ সকলো ব্যৱসায়িক প্ৰতিষ্ঠান দিনৰ দুই বজাৰ লগে লগে বন্ধ কৰা হৈছে ।
২ বজাৰ লগে লগে বাক্সাত বন্ধ সকলো ব্যৱসায়িক প্ৰতিষ্ঠান - ২ বজাৰ লগে লগে বাক্সাত বন্ধ সকলো ব্যৱসায়িক প্ৰতিষ্ঠান
ৰাজ্যত ব্যৱসায়ীসকলে চৰকাৰৰ নিৰ্দেশনাক আদৰি লোৱা দেখিবলৈ পোৱা গৈছে । নিৰ্দেশনাৰ ফলত বাকী জিলাবোৰৰ লগতে বাক্সা জিলাতো প্ৰভাৱ পৰিছে । জিলাখনৰ ব্যৱসায়ীসকলো সজাগ হোৱা দেখা গৈছে । ২ বজাৰ লগে লগে সকলো ব্যৱসায়ীয়ে বন্ধ কৰিছে ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ ।

বাক্সাত বন্ধ সকলো ব্যৱসায়িক প্ৰতিষ্ঠান
২ বজাৰ লগে লগে বাক্সাত বন্ধ সকলো ব্যৱসায়িক প্ৰতিষ্ঠান
প্ৰতিখন জিলাৰ প্ৰশাসনেও এই ক্ষেত্ৰত কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে । ব্যৱসায়ীসকলেও চৰকাৰৰ নিৰ্দেশনাক আদৰি লোৱা দেখিবলৈ পোৱা গৈছে । এই নিৰ্দেশনাৰ ফলত বাকী জিলাবোৰৰ লগতে বাক্সা জিলাতো প্ৰভাৱ পৰিছে । জিলাখনৰ ব্যৱসায়ীসকলো সজাগ হোৱা দেখা গৈছে । ২ বজাৰ লগে লগে সকলো ব্যৱসায়ীয়ে বন্ধ কৰিছে ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ ।
লগতে পঢ়ক:ৰাজ্যবাসীৰ সংকটৰ সময়ত পুনৰ জুবিন গাৰ্গৰ মহানুভৱতা