অসম

assam

ETV Bharat / state

গোৰেশ্বৰৰ বকুলগুৰীত শ্ৰী শ্ৰী শনি মহামেলা ও নৱগ্ৰহ মহাযজ্ঞ - Goreshwar Bakulguri Sani puja

শনিবাৰৰ পৰা চাৰিদিনীয়া কাৰ্যসুচীৰে অনুষ্ঠিত কৰা হৈছে বাক্সাৰ গোৰেশ্বৰৰ বকুলগুৰীত শ্ৰী শ্ৰী শনি মহামেলা ও নৱগ্ৰহ মহাযজ্ঞ ৷ সম্পূৰ্ণ মাঙ্গলিক পৰম্পৰাৰে আয়োজন কৰা হৈছে এই মহাযজ্ঞ ৷ এই পূজাই দেশৰ অপায় অমঙ্গল দূৰ কৰে বুলি লোকবিশ্বাস আছে ৷

Goreshwar Bakulguri Sani puja
গোৰেশ্বৰৰ বকুলগুৰীত শ্ৰী শ্ৰী শনি মহামেলা ও নৱগ্ৰহ মহাযজ্ঞ

By

Published : Mar 1, 2020, 11:59 AM IST

বাক্সা,1 মাৰ্চঃ এক উখল মাখল পৰিৱেশে বিৰাজ কৰিছে বাক্সা জিলাৰ গোৰেশ্বৰত ৷ শনিবাৰৰ পৰা চাৰিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হৈছে বাক্সা জিলাৰ গোৰেশ্বৰৰ বকুলগুৰীত শ্ৰী শ্ৰী শনি মহামেলা ও নৱগ্ৰহ মহাযজ্ঞ ৷ সম্পূৰ্ণ মাঙ্গলিক পৰম্পৰাৰে আয়োজন কৰা হৈছে এই মহাযজ্ঞ ৷ এই পূজাই দেশৰ অপায় অমঙ্গল দূৰ কৰে বুলি লোকবিশ্বাস আছে ৷ বিভিন্ন প্ৰান্তৰ হাজাৰ হাজাৰ ভক্তৰ সমাগমত উৎফুল্লিত হৈ পৰিছে আয়োজক কমিতি ৷

গোৰেশ্বৰৰ বকুলগুৰীত শ্ৰী শ্ৰী শনি মহামেলা ও নৱগ্ৰহ মহাযজ্ঞ

For All Latest Updates

ABOUT THE AUTHOR

...view details