অসম

assam

ETV Bharat / state

বাক্সাৰ কোকলাবাৰী গাঁওত বুটমাহ খাই বহুলোক অসুস্থ - etv bharat assam

বাক্সাৰ কোকলাবাৰীত অঘটন ৷ খাদ্যত বিষক্ৰিয়া হৈ বিশজনতকৈ অধিক লোক অসুস্থ হৈছে৷

বাক্সাৰ কোকলাবাৰী গাঁওত বুটমাহ খাই বহুলোক অসুস্থ

By

Published : Aug 18, 2019, 3:06 AM IST

  • বাক্সাৰ কোকলাবাৰীত অঘটন ৷
  • খাদ্যত বিষক্ৰিয়া হৈ বিশজনতকৈ অধিক লোক অসুস্থ হৈছে৷
  • গাঁওখনৰ এটা পৰিয়ালৰ অন্নপ্ৰাসন্নত অংশগ্ৰহন কৰি গ্ৰহন বুটমাহ আৰু ভাত খাই অসুস্থ হৈছে৷
  • অসুস্থ লোকসকলক বৰমা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ আৰু মুছলপুৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে৷
  • প্ৰায় ৫০ জন লোক অসুস্থ হৈছে বুলি জানিব পৰা গৈছে৷

For All Latest Updates

ABOUT THE AUTHOR

...view details