বাক্সাৰ মুছলপুৰৰ দৰিদ্ৰ পৰিয়ালক সামগ্ৰী বিতৰণ স্বেচ্ছাসেৱী সংগঠনৰ - বাক্সাৰ মুছলপুৰৰ দৈন্য পৰিয়ালক সামগ্ৰী বিতৰণ স্বেচ্ছাসেৱী সংগঠনৰ
চেভেন চিষ্টাৰ ডেভেলপমেন্ট স্বেচ্ছাসেৱী সংগঠনে প্ৰায় 200 টা পৰিয়ালক চাউল , দাইল , মিঠাতেল , নিমখ, আলুৰ লগতে চেনীতেৰী নেপকিন আদি কেবাটাও লাগতিয়াল সামগ্ৰী বিতৰণ কৰে ৷
![বাক্সাৰ মুছলপুৰৰ দৰিদ্ৰ পৰিয়ালক সামগ্ৰী বিতৰণ স্বেচ্ছাসেৱী সংগঠনৰ বাক্সাৰ মুছলপুৰৰ দৈন্য পৰিয়ালক সামগ্ৰী বিতৰণ স্বেচ্ছাসেৱী সংগঠনৰ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-6773200-458-6773200-1586767771746.jpg)
বাক্সাৰ মুছলপুৰৰ দৈন্য পৰিয়ালক সামগ্ৰী বিতৰণ স্বেচ্ছাসেৱী সংগঠনৰ
বৰমা, 13 এপ্ৰিলঃদেশজুৰি তলাবন্ধত স্তব্ধ হৈ পৰিছে জনজীৱন ৷ এই দুৰ্যোগৰ সময়ত সোমবাৰে বৰমাৰ সমীপৱৰ্তী কতবাৰী, নিজ-জুলুকী অঞ্চলৰ দৰিদ্ৰ পৰিয়ালসমূহলৈ ছেভেন চিস্তাৰ ডেভেলপমেন্ট স্বেচ্ছাসেৱী সংগঠনে সহায়ৰ হাত আগবঢ়াই ৷ চেভেন চিষ্টাৰ ডেভেলপমেন্ট স্বেচ্ছাসেৱী সংগঠনে প্ৰায় 200 টা পৰিয়ালক চাউল , দাইল , মিঠাতেল , নিমখ, আলুৰ লগতে চেনীতেৰী নেপকিন আদি কেবাবিধো লাগতিয়াল সামগ্ৰী বিতৰণ কৰে ৷ আনহাতে বিহুৰ দিনটোত সাহাৰ্য সামগ্ৰী লাভ কৰি সন্তুষ্টি প্ৰকাশ কৰে দৰিদ্ৰ লোকসকলে ৷
দৈন্য পৰিয়ালক সামগ্ৰী বিতৰণ স্বেচ্ছাসেৱী সংগঠনৰ