অসম

assam

ETV Bharat / state

ক’ৰণাৰ বাবে পূজা সামগ্ৰী ব্যৱসায়ীৰ বৃহৎ লোকচানৰ সন্মুখীন - পূজা মণ্ডৱ সমূহ

পূৰ্বৰ দৰে জাকজমকতাৰে শ্ৰী শ্ৰী বিশ্বকৰ্মা পূজা অনুষ্ঠিত নহয় ৷ আৰ্থিক সংকটত পৰিছে ব্যৱসায়ী সকল ৷

during covid-19  loset business at baksha
ক’ৰণাৰ বাবে পূজা সামগ্ৰী ব্যৱসায়ীৰ বৃহৎ লোকচানৰ সন্মুখীন

By

Published : Sep 16, 2020, 10:33 PM IST

বৰমা, ১৬ ছেপ্তেম্বৰঃ ক’ভিড- ১৯ সংক্ৰমণৰ কাৰণে এইবাৰ পূজা সামগ্ৰী তথা ফলমূল ব্যৱসায়ীয়ে লোকচানৰ মুখ দেখিছে ৷ পূৰ্বৰ দৰে এইবেলি যিকোনো পূজা মণ্ডৱতে ভক্তৰ সমাগম চৰকাৰে নিয়ম বান্ধি দিয়াৰ লগে লগে পূজা মণ্ডৱ সমূহত উৎসাহ দেখিবলৈ পোৱা নাই,যাৰ প্ৰভাৱ পৰিছে ব্যৱসায়ী সকলৰ ওপৰত ৷

ক’ৰণাৰ বাবে পূজা সামগ্ৰী ব্যৱসায়ীৰ বৃহৎ লোকচানৰ সন্মুখীন

বাক্সা জিলাৰ বৰমাতো এইবাৰ পূৰ্বৰ দৰে জাকজমকতাৰে শ্ৰী শ্ৰী বিশ্বকৰ্মা পূজা অনুষ্ঠিত নহয় ৷ ব্যৱসায়ী সকলে জানিবলৈ দিয়া মতে পূৰ্বৰ দৰে এইবেলি ভক্তৰ কিনা বেচা বহু সীমিত,যাৰ ফলত তেওঁলোক বহু লোকচান হোৱাৰ লগত আৰ্থিক সংকটত পৰিছে ব্যৱসায়ী সকল ৷

লগতে পঢ়কঃদক্ষিণ শালমাৰাত উন্নয়নৰ নামত পিচলৈ দৌৰ মৰা প্ৰতিযোগিতাত অৱতীৰ্ণ জনপ্ৰতিনিধি

ABOUT THE AUTHOR

...view details