অসম

assam

তামুলপুৰত কংগ্ৰেছী সভাত দুৰ্গা দাস বড়ো

By

Published : Mar 29, 2019, 6:37 AM IST

Updated : Mar 29, 2019, 9:04 AM IST

কোকৰাঝাৰত হীৰা শৰণীয়া কোনো ফেক্টৰেই নহয়ঃ দুৰ্গা দাস বড়ো

দুৰ্গা দাস বড়ো

তামুলপুৰ, 29 মাৰ্চঃ বাক্সা জিলাৰ তামুলপুৰত কংগ্ৰেছৰ নিৰ্বাচনীসভা ৷ স্থানীয় কংগ্ৰেছ কৰ্মীৰ উপস্থিতিত সভাত অংশগ্ৰহণ কোকৰাঝাৰ লোকসভা সমষ্টিৰ সম্ভাৱ্য কংগ্ৰেছী প্ৰাৰ্থী দুৰ্গা দাস বড়োৰ৷

দুৰ্গা দাস বড়ো

তামুলপুৰৰ ভোলাজাৰৰ শান্তিপুৰ মোক্তাব প্ৰাথমিক বিদ্যালয়ত কংগ্ৰেছী সভাত অংশগ্ৰহণ কৰে কংগ্ৰেছ দলৰ সম্ভাৱ্য প্ৰাৰ্থীগৰাকীয়ে ৷ সভাত অংশগ্ৰহণ কৰি বৰ্তমানৰ সাংসদ হীৰা শৰণীয়াক তীব্ৰ সমালোচনা বড়োৰ৷

দুৰ্গা দাস বড়ো
নিজৰ ভাষণ প্ৰসংগত তেঁও কয় যে, কোকৰাঝাৰ লোকসভা সমষ্টি কম ভোটৰ ব্যৱধানত হ'লেও কংগ্ৰেছেই লাভ কৰিব ৷ হীৰা শৰণীয়া ইয়াত বৰ্তমান কোনো ফেক্টৰেই নহয় বুলি উল্লেখ কৰে দুৰ্গা দাস বড়োৱে ৷
Last Updated : Mar 29, 2019, 9:04 AM IST

ABOUT THE AUTHOR

...view details