বৰমা, ২০ চেপ্তেম্বৰঃ বাক্সা জিলাৰ দ্বাৰাগাঁওৰ দিৰিং নদীত শনিবাৰে নিশা এটা অচিনাক্ত মৃতদেহ উদ্ধাৰ হয় ৷ নিকাছি আৰক্ষী চকীৰ আৰক্ষীয়ে জানিবলৈ দিয়া অনুসৰি ৪০ বছৰৰ অনুৰ্ধৰ গাৰ বৰণ কলা, বগা গেঞ্জী, নীলা গামোচা থকা ব্যক্তি জনৰ গাত কোনো আঘাতৰ চিন পোৱা নাই ৷ ইপিনে কোনো লোকে ব্যক্তি গৰাকীৰ সন্ধান পালে নিকাছি আৰক্ষী চকীৰ লগত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে আৰক্ষীয়ে ৷
বাক্সাত অচিনাক্ত মৃতদেহ উদ্ধাৰ - deadbody
সম্প্ৰতি মৃত ব্যক্তি গৰাকীৰ পৰিচয় উদ্ধাৰ হোৱা নাই ৷ কোনো লোকে ব্যক্তি গৰাকীৰ সন্ধান পালে নিকাছী আৰক্ষীৰ লগত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে ৷

বাক্সাত অচিনাক্ত মৃতদেহ উদ্ধাৰ