অসম

assam

ETV Bharat / state

শিমলাগুৰিত দুখন কয়লা ভৰ্তি ট্ৰাক জব্দ - বাক্সাৰ শিমলাগুৰীত কয়লা ভৰ্তি ট্ৰাক জব্দ

বাক্সাৰ শিমলাগুৰিত দুখন কয়লা ভৰ্তি ট্ৰাক জব্দ কৰা হৈছে ৷ শিৱসাগৰৰ পৰা পশ্চিমবংগলৈ অবৈধভাৱে কয়লা কঢ়িয়াই নিয়া অৱস্থাত জব্দ কৰা হয় ট্ৰাক দুখন ৷

বাক্সাৰ শিমলাগুৰী
কয়লা ভৰ্তি ট্ৰাক জব্দ

By

Published : Feb 4, 2020, 10:50 PM IST

বৰপেটাৰোড, 4 ফেব্ৰুৱাৰী : বাক্সাৰ শিমলাগুৰি আৰক্ষীয়ে সোমবাৰে নিশা অভিযান চলাই 31 নং ৰাষ্ট্ৰীয় ঘাইপথৰ শিমলাগুৰিৰ পৰা জব্দ কৰে দুখন কয়লা ভৰ্তি ট্ৰাক ৷ আৰক্ষীয়ে জব্দ কৰা ট্ৰাক দুখনৰ নম্বৰ WB 41E 8875 আৰু WB 41G 0361 বুলি জানিব পৰা গৈছে ৷

কয়লা ভৰ্তি ট্ৰাক জব্দ

শিৱসাগৰৰ পৰা পশ্চিমবঙ্গলৈ অবৈধভাৱে কয়লা কঢ়িয়াই নিয়াৰ সময়ত গোৱৰ্ধনা আৰক্ষীয়ে জব্দ কৰে কয়লা ভৰ্তি ট্ৰাক দুখন ৷ গোৱৰ্ধনা আৰক্ষীয়ে ট্ৰাক দুখনৰ চালকক আটক কৰি তদন্ত অব্যাহত ৰাখিছে ৷

আৰু পঢ়ক : বিটিআৰ চুক্তিৰ সফলতাৰ বিজয় উৎসৱত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী

For All Latest Updates

TAGGED:

ABOUT THE AUTHOR

...view details