বাক্সা,20 ডিচেম্বৰঃ আপুনি প্ৰাকৃতিকভাৱে থকা বিভিন্ন আকৃতিৰ শিল দেখিছে ৷ শিলাময় পাহাৰো দেখিছে, কিন্তু বিদেশত পোৱাৰ দৰে বা সম্ভ্ৰান্ত লোকৰ ঘৰৰ দ্ৰয়িং ৰূমত সজাই থোৱা গোলাকৃতিৰ সুন্দৰ শিল প্ৰাকৃতিক ভাৱে হয়তো দেখা নাই ৷
বাক্সাত পোৱা যায় এবিধ বিশেষ শিল... - ETV BHARAT BAKSHA STONE NEWS
আপুনি মই দেখাৰ দৰে নহয়, আনবোৰতকৈ পৃথক ৷ বাক্সাৰ ভাৰত ভূটান সীমান্তৰ এডোখৰ ঠাইত পোৱা এই বিশেষ শিল বিধক লৈ কৌতূহ'ল সকলোৰে ৷ স্থানীয় লোকৰ বাবে কৌতূহল'ৰ বিষয় আজিও ৷
বাক্সাত পোৱা যায় এবিধ বিশেষ শিল...
আমি আপোনাক তেনেকুৱাই এবিধ শিল ৷ যি সমূহ শিল আন শিলতকৈ পৃথক আকৃতিৰ ক্ষেত্ৰত ৷ তাৰবাবে আপুনি যাব লাগিব বাক্সাৰ ভাৰত ভূটান সীমান্তৰ এডোখৰ ঠাইলৈ ৷ য'ত প্ৰাকৃতিকভাৱে পোৱা যায় গোলাকৃতিৰ শিল ৷