তামুলপুৰত,6 ছেপ্তেম্বৰঃ তামুলপুৰ সমষ্টিৰ বিধায়ক তথা অসম চৰকাৰৰ ক্ষুদ্ৰ উদ্যোগ উন্নয়ন নিগমৰ অধ্যক্ষ ইমানুৱেল মছাহাৰীৰ উদ্যোগত দেওবাৰে তামুলপুৰ ৰাজুহুৱা পাৰ্কত অনুষ্ঠিত হ'য় উচ্চতৰ মাধ্যমিক আৰু স্নাতক পৰ্যায়ৰ কেৰিয়াৰ কাউঞ্চিলিং এণ্ড অৰিয়েণ্টেচন প্ৰগ্ৰাম । মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে গুৱাহাটী আইআইটিৰ ডীন,ফেকাল্টি এফেয়াৰছ এণ্ড প্ৰফেছৰ অনন্ঠাকৃষ্ণন শ্ৰীনিবাসন আৰু এছোচিয়েট ডীন,ফেকাল্টি এফেয়াৰছ এণ্ড প্ৰফেছৰ উৎপল বড়াই ।
তামুলপুৰত কেৰিয়াৰ কাউঞ্চিলিং এণ্ড অৰিয়েণ্টেচনৰ প্ৰশিক্ষণ - মানুৱেল মছাহাৰী
তামুলপুৰত Under Suhrid scheme জৰিয়তে কেৰিয়াৰ কাউঞ্চিলিং এণ্ড অৰিয়েন্টেচন প্ৰগ্ৰাম ।

তামুলপুৰত কেৰিয়াৰ কাউঞ্চিলিং এণ্ড অৰিয়েণ্টেচনৰ প্ৰশিক্ষণ
উল্লেখযোগ্য যে, নাওকাটা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ ৰবিৰাম ব্ৰহ্মৰ সভাপতিত্বত অনুষ্ঠিত সভাত আদৰণি ভাষণ আগবঢ়ায় বিধায়ক ইমানুৱেল মছাহাৰীয়ে । লগতে সভাত বিভিন্ন প্ৰান্তৰ কেইবা সহস্ৰাধিক ছাত্র ছাত্ৰীয়ে অংশগ্ৰহণ কৰে ।
তামুলপুৰত কেৰিয়াৰ কাউঞ্চিলিং এণ্ড অৰিয়েণ্টেচনৰ প্ৰশিক্ষণ
লগতে পঢ়কঃ ছয় স্বায়ত্বশাসিত পৰিষদে নিয়মীয়াকৈ নাপায় বাজেটৰ পুঁজি