অসম

assam

By

Published : Jul 19, 2020, 6:07 PM IST

ETV Bharat / state

বিপিএফৰ প্ৰথমগৰাকী প্ৰতিনিধি কৰ’ণা ভাইৰাছত আক্ৰান্ত

গোৰেশ্বৰত এগৰাকী বিপিএফ দলৰ নেতাৰ দেহত ধৰা পৰিছে কৰ’ণা ভাইৰাছৰ উপস্থিতি । তামুলপুৰ মহকুমাৰ অন্তৰ্গত সোণমহৰি চিন্তাপাৰৰ বাসিন্দা তথা যুৱ বিপিএফৰ কেন্দ্ৰীয় সম্পাদক শৰৎ দাসৰ দেহত ধৰা পৰে ভাইৰাছবিধৰ উপস্থিতি ৷

BPF leader tested Covid 19 positive baksa assam etv bharat news
কৰ’ণা ভাইৰাছ

তামুলপুৰ,19 জুলাই:বাক্সা জিলাৰগোৰেশ্বৰত এগৰাকী বিপিএফ দলৰ নেতাৰ দেহত ধৰা পৰিছে কৰ’ণা ভাইৰাছৰ উপস্থিতি । তামুলপুৰ মহকুমাৰ অন্তৰ্গত সোণমহৰি চিন্তাপাৰৰ বাসিন্দা তথা যুৱ বিপিএফৰ কেন্দ্ৰীয় সম্পাদক শৰৎ দাসৰ দেহত ধৰা পৰে ভাইৰাছবিধৰ উপস্থিতি ৷

বিপিএফৰ প্ৰথমগৰাকী প্ৰতিনিধি কৰ’ণা ভাইৰাছত আক্ৰান্ত

কিছুদিনৰ পৰা সাধাৰণ জ্বৰত ভূগি থকাত স্বাস্থ্য পৰীক্ষাৰ বাবে বিগত 13 জুলাইত নেতাগৰাকী গৈছিল সোণমহৰি স্বাস্থ্য কেন্দ্ৰলৈ ৷ দলটোৰ প্ৰথমগৰাকী প্ৰতিনিধি হিচাপে Covid 19 ত আক্ৰান্ত হোৱা দাসে সম্প্ৰতি ৰাইজক আতংকিত নহ’বলৈ আহ্বান জনাইছে ৷

লগতে চাওকঃ31 নং ৰাষ্ট্ৰীয় ঘাইপথত ৪৮ টাকৈ গৰুসহ জব্দ দুখন ট্ৰাক

ABOUT THE AUTHOR

...view details