বাক্সা,১৭ এপ্ৰিল : বি.পি.এফ দলৰ কোনো প্ৰতিদ্বন্দী নাই । কোনো দলে ইয়াৰ সমান হ'ব নোৱাৰে । এই মন্তব্য বি.পি.এফ দলৰ মুৰব্বী হাগ্ৰামা মহিলাৰীৰ । বুধবাৰে বাক্সাৰ এখন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে বি.পি.এফ দলৰ মুৰব্বী হাগ্ৰামা মহিলাৰীৰ লগতে বিশ্বজিত দৈমাৰীয়ে । সভাত অংশগ্ৰহণ কৰি মহিলাৰীয়ে অন্য কোনো দল বি.পি.এফৰ সমান নহয় বুলি মন্তব্য কৰাৰ লগতে মিত্ৰজোট দলে ১০ৰ পৰা ১২ খন আসন পাব বুলি উল্লেখ কৰে ।
বাক্সাত নিৰ্বাচনী প্ৰচাৰ বি.পি.এফৰ - প্ৰমোদ বড়ো

বাক্সাত নিৰ্বাচনী প্ৰচাৰ বি.পি.এফৰ
বাক্সাত নিৰ্বাচনী প্ৰচাৰ বি.পি.এফৰ
2019-04-17 19:51:21
বাক্সাত বি.পি.এফ দলৰ মুৰব্বী হাগ্ৰামা মহিলাৰীয়ে নিৰ্বাচনী প্ৰচাৰ চলাই
Last Updated : Apr 19, 2019, 9:11 PM IST