- বাক্সাৰ পাহাৰপুৰ লেব্ৰা সোতি পাহাৰ সন্যাসী আশ্ৰমত ব'ল বম উৎসৱ পালন
- তামুলপুৰ লেব্ৰা সোতি পাহাৰ সন্যাসী আশ্ৰম নিৰ্মাণ সমিতিৰ উদ্যোগত আয়োজন এই উৎসৱৰ
- শাওন মাহৰ পূৰ্ণিমা তিথিত পালন কৰা হয় ব'ল বম উৎসৱ বাক্সাত ব'ল বোম উৎসৱ পালন
- তামুলপুৰৰ বিভিন্ন প্ৰান্তৰ পৰা সহস্ৰাধিক ভক্তৰ সমাগম এই উৎসৱলৈ
- ১৯ আগষ্টত অনুষ্ঠিত হ'ব হোম যজ্ঞ লগতে বিভিন্ন কাৰ্যসূচী
- প্ৰায় দহ লক্ষাধিক ভক্তৰ সমাগমৰ কথা উল্লেখ পূজা পৰিচালনা সমিতিৰ
বাক্সাত ব'ল বম উৎসৱ পালন - Assam
বাক্সাৰ পাহাৰপুৰ লেব্ৰা সোতি পাহাৰ সন্যাসী আশ্ৰমত ব'ল বম উৎসৱ পালন

বাক্সাত ব'ল বোম উৎসৱ পালন