অসম

assam

ETV Bharat / state

বড়ো ছবি 'চিনাইথি' দ্যা আইডেনটিটি ৰ শুভমুক্তি - 15 চেপ্তেম্বৰত মুক্তি লাভ কৰে

বাক্সাৰ বৰমাৰ ডাৰ্ক হৰ্স মেডিয়াৰ প্ৰথম নিবেদন বড়ো ভাষাৰ ছবি  'চিনাইথি' দ্যা আইডেনটিটি 15 চেপ্তেম্বৰত মুক্তি লাভ কৰে

বড়ো ছবি 'চিনাইথি' দ্যা আইডেনটিটি ৰ শুভমুক্তি

By

Published : Sep 16, 2019, 7:21 PM IST

বৰমা, ১৬ ছেপ্তেম্বৰঃ মুক্তি পালে বড়ো ভাষাৰ ছবি 'চিনাইথি' দ্যা আইডেনটিটি ৷ বাক্সাৰ বৰমাৰ ডাৰ্ক হৰ্স মেডিয়াৰ প্ৰথম নিবেদন বড়ো ভাষাৰ ছবি 'চিনাইথি' দ্যা আইডেনটিটি 15 চেপ্তেম্বৰত মুক্তি লাভ কৰে ৷ ছবিখন উদ্বোধন কৰে বড়ো সাহিত্য সভাৰ উপ সভাপতি কমলাকান্ত মুছাহাৰীয়ে ।

বড়ো ছবি 'চিনাইথি' দ্যা আইডেনটিটি ৰ শুভমুক্তি

আৰু পঢ়কঃ- মুক্তি বাবে অপেক্ষাৰত বড়ো ছবি "চিনাইথি" দ্যা আইডেনটিটি

ছবি উদ্বোধনী অনুষ্ঠানত কন্ঠশিল্পী বিৰাজ মুছাহাৰী, গীতাশ্ৰী ৰামছিয়াৰী, জোনালী ৰামছিয়াৰী আৰু বিৰখাং ব্ৰহ্মই গীত পৰিবেশন কৰাৰ লগতে ফুজি বসুমতাৰী, ৰণ নাৰ্জাৰী, ৰিংকুমণি ব্ৰহ্ম, মেন্দেলা, থাখ্লা উপস্থিত থাকে ৷

ABOUT THE AUTHOR

...view details