গোৰেশ্বৰ, 22 ফেব্ৰুৱাৰীঃআজি গোৰেশ্বৰ পৰিদৰ্শন বঙলাৰ খেলপথাৰত অনুষ্ঠিত হয় ভাৰতীয় জনতা পাৰ্টীৰ এখন সাংগঠনিক সভা ৷ বিজেপিৰ বিহদিয়া-জাজিকোণা মণ্ডল, গোৰেশ্বৰ মণ্ডল আৰু বৰঘুলি মণ্ডলৰ কৰ্মী সকলক লৈ এই সাংগঠনিক সভা অনুষ্ঠিত হয় ৷ সাংগঠনিক সভাত অসম চৰকাৰৰ মন্ত্ৰী ভৱেশ কলিতা আৰু মংগলদৈ লোকসভাৰ সাংসদ দিলীপ শইকীয়া উপস্থিত থাকি ভাৰতীয় জনতা পাৰ্টিৰ আদৰ্শ আৰু নীতিৰ বিষয়ে এক ভাষণ আগবঢ়ায় ৷ অসম চৰকাৰৰ মন্ত্ৰী ভৱেশ কলিতাই চৰকাৰৰ বিভিন্ন আঁচনিৰ বিষয়ে ৰাইজক অৱগত কৰে ৷
গোৰেশ্বৰত বিজেপিৰ সাংগঠনিক সভা - মংগলদৈ লোকসভাৰ সাংসদ দিলীপ শইকীয়া
আজি বিজেপিৰ এখন সাংগঠনিক সভা অনুষ্ঠিত হয় গোৰেশ্বৰৰ পৰিদৰ্শন বঙলাৰ খেলপথাৰত ৷ বিহদিয়া-জাজিকোণা মণ্ডল, গোৰেশ্বৰ মণ্ডল আৰু বৰঘুলি মণ্ডলৰ কৰ্মী সকলক লৈ অনুষ্ঠিত এই সভাত উপস্থিত থাকে মন্ত্ৰী ভৱেশ কলিতা আৰু মংগলদৈ লোকসভাৰ সাংসদ দিলীপ শইকীয়া ৷
গোৰেশ্বৰত বিজেপিৰ সাংগঠনিক সভা
লগতে পঢ়কঃ